Hindu Jagaran Assam Nalbari District

Hindu Jagaran Assam Nalbari District "দেশতকৈ মোমাই ডাঙৰ নহয়"

24/11/2025

হিন্দু জাগৰণ অসম,নলবাৰী জিলা সমিতিৰ উদ্যোগত বীৰ লাচিত দিৱস উদযাপন কৰা হয়।

🙏
22/11/2025

🙏

হিন্দু জাগৰণ অসম, নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা সহ:সংযোজকৰ দায়িত্ব প্ৰাপ্ত প্ৰানজিৎ কলিতা আৰু চন্দন তালুকদাৰ লগতে দায়িত্...
20/10/2025

হিন্দু জাগৰণ অসম, নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা সহ:সংযোজকৰ দায়িত্ব প্ৰাপ্ত প্ৰানজিৎ কলিতা আৰু চন্দন তালুকদাৰ লগতে দায়িত্ব প্ৰাপ্ত ও ন-পুৰণি সকলো কাৰ্যকৰ্তাকে সাংগঠনিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু বিশিষ্ট শিল্পী, গীতিকাৰ, সুৰকাৰ, অভিনেতা তথা জনপ্ৰিয় কন্ঠশিল্পী হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ আকস্ম...
19/09/2025

অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু বিশিষ্ট শিল্পী, গীতিকাৰ, সুৰকাৰ, অভিনেতা তথা জনপ্ৰিয় কন্ঠশিল্পী হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আমি সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছোঁ।তেখেতৰ মৃত্যুত অসমৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে এক ডাঙৰ সম্পদ হেৰুৱালে৷চল্লিছ টা বিভিন্ন ভাষাৰে প্ৰায় আঠত্ৰিছ হাজাৰোধিক গীত গোৱা জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে অসমীয়া সংগীত জগতৰ অপূৰণীয় ক্ষতি।
জুবিন দা সদায় আমাৰ বাবে আমাৰ মাজত থাকিব।
🙏🙏🙏

হিন্দু জাগৰণ অসম, নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সম্পাদক সঞ্জীৱ দাসে আজি আকস্মিক ভাবে ইহলীলা সম্বৰণ কৰে।তেখেতৰ আত্মাৰ চিৰশা...
07/02/2025

হিন্দু জাগৰণ অসম, নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সম্পাদক সঞ্জীৱ দাসে আজি আকস্মিক ভাবে ইহলীলা সম্বৰণ কৰে।
তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
ওঁম শান্তি 🙏

26/08/2024
উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। 🙏
12/08/2024

উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
🙏

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় সৰ-সংঘচালক পৰম পূজনীয় মাধৱৰাও সদাশিৱৰাও গোলৱলকাৰ (গুৰুজী) ৰ আজি পবিত্ৰ জন্ম তিথিত মহাপ...
19/02/2023

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় সৰ-সংঘচালক পৰম পূজনীয় মাধৱৰাও সদাশিৱৰাও গোলৱলকাৰ (গুৰুজী) ৰ আজি পবিত্ৰ জন্ম তিথিত মহাপুৰুষ গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷
🙏🙏🙏

অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদানৰে জিলিকি উঠা প্ৰতিজন মহিষী লৈ আন্তৰিক অভিবাদন ও সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।🙏
23/12/2022

অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদানৰে জিলিকি উঠা প্ৰতিজন মহিষী লৈ আন্তৰিক অভিবাদন ও সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।
🙏

আজি "ছ্যু-কা-ফা দিৱস" তথা "অসম দিৱস" ৰ পৱিত্ৰ দিনটোত স্বৰ্গদেউ চাউলুং ছ্যু-কা-ফা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
02/12/2022

আজি "ছ্যু-কা-ফা দিৱস" তথা "অসম দিৱস" ৰ পৱিত্ৰ দিনটোত স্বৰ্গদেউ চাউলুং ছ্যু-কা-ফা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

Address

31nh
Nalbari
781335

Alerts

Be the first to know and let us send you an email when Hindu Jagaran Assam Nalbari District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share