Pitambar Pathak

Pitambar Pathak President, AGS BTR REGION COMMITTEE , State Executive BJP Assam Pradesh

Happy Birthday to our dynamic CM Shri Himanta Biswa Sarma ji.Wishing you strength, health, and continued success in serv...
01/02/2026

Happy Birthday to our dynamic CM Shri Himanta Biswa Sarma ji.
Wishing you strength, health, and continued success in serving Assam.

Warm greetings on Republic Day.May peace, progress, and prosperity prevail.
26/01/2026

Warm greetings on Republic Day.
May peace, progress, and prosperity prevail.

নাই কেক, নাই উল্লাস…মাত্ৰ স্মৃতি আৰু চকুপানীৰে ভৰা এটা দিন।জুবীন দা বিহীন তেখেতৰ প্ৰথম জন্মদিন ।  “মায়াবিনী” বাজিলে অনু...
18/11/2025

নাই কেক, নাই উল্লাস…
মাত্ৰ স্মৃতি আৰু চকুপানীৰে ভৰা এটা দিন।

জুবীন দা বিহীন তেখেতৰ প্ৰথম জন্মদিন । “মায়াবিনী” বাজিলে অনুভৱ হয় যেন তেখেত পুনৰ আমাৰ মাজলৈ উভতি আহিছে॥

অমৰ, অনন্ত, অপৰিবর্তনীয়—
জুবীন দা তুমি সদায়েই আমাৰ মাজত থাকিবা ।। 🎶💔

Congratulations to our unstoppable women warriors for conquering the World Cup! 🏆💪This victory is not just about cricket...
03/11/2025

Congratulations to our unstoppable women warriors for conquering the World Cup! 🏆💪
This victory is not just about cricket — it’s about courage, confidence, and character. You’ve shown that with determination and teamwork, even the toughest challenges can be turned into triumphs. Your passion on the field, your unity as a team, and your grace in victory have made every Indian’s heart swell with pride. This is your moment, your glory — and our nation stands with you, celebrating every run and every smile! 🇮🇳❤️

আমাৰ মৰমৰ জুবিন গাৰ্গক হঠাৎ হেৰুৱাই একেবাৰে মৰ্মাহত হৈছোঁ। অসমৰ এজন প্ৰকৃত সন্তান জুবিন দা কেৱল এজন অসাধাৰণ শিল্পীয়েই ন...
19/09/2025

আমাৰ মৰমৰ জুবিন গাৰ্গক হঠাৎ হেৰুৱাই একেবাৰে মৰ্মাহত হৈছোঁ।

অসমৰ এজন প্ৰকৃত সন্তান জুবিন দা কেৱল এজন অসাধাৰণ শিল্পীয়েই নহয় আমাৰ সাংস্কৃতিক পৰিচয়ৰ আত্মাও আছিল। তেওঁৰ বিদায়ে এটা যুগক সংজ্ঞায়িত কৰা এক কণ্ঠক নিস্তব্ধ কৰি পেলাইছে, শব্দৰে বৰ্ণনা কৰিব নোৱাৰা শূন্যতা এৰি থৈ গৈছে। তথাপিও তেওঁৰ সংগীতে আমাৰ হৃদয়ত প্ৰতিধ্বনিত হৈ থাকিব, তেওঁৰ কালজয়ী মনোভাৱৰ কথা আমাক সোঁৱৰাই থাকিব।

তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী, আৰু অগণন প্ৰশংসকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।

OM Shanti

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ডাঙৰীয়াৰ নেতৃত্বত আজি জনতা ভৱন, দিছপুৰত এখন গুৰুত্বপূর...
12/09/2025

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ডাঙৰীয়াৰ নেতৃত্বত আজি জনতা ভৱন, দিছপুৰত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত মাননীয় মন্ত্ৰী শ্ৰীযুত পিযুষ হাজৰিকা আৰু শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ উপস্থিতিত অসম গোৰ্খা সন্মিলনৰ এক বৃহৎ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে।

বিশেষকৈ বিটিআৰ অঞ্চলত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ সমস্যাসমূহক সমাধানৰ পদক্ষেপসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা হয়।

সভাত অসম গোৰ্খা ছাত্ৰ সন্হাৰ প্ৰতিনিধি দলেও যোগদান কৰি গুৰুত্বপূৰ্ণ মতামত প্ৰদান কৰে।

২৭ এপ্ৰিল - ৫ মে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত  কেইবাখনো দলীয় সভা ও নিৰ্বাচনী...
06/05/2024

২৭ এপ্ৰিল - ৫ মে

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত কেইবাখনো দলীয় সভা ও নিৰ্বাচনী প্ৰচাৰ সভাত মৰিয়নী সমষ্টিৰ বিধায়ক Rupjyoti Kurmi ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী Pijush Hazarika ডাঙৰীয়াৰ লগত অংশগ্ৰহণ কৰাৰ কিছু মুহূৰ্ত ॥

BJP Assam Pradesh
Himanta Biswa Sarma

आप सभी को प्रभु श्री राम के परम भक्त हनुमान जन्मोत्सव की हार्दिक शुभकामनाए🙏
23/04/2024

आप सभी को प्रभु श्री राम के परम भक्त हनुमान जन्मोत्सव की हार्दिक शुभकामनाए🙏

এইবাৰৰ বিহু হওঁক স্বাভিমানৰ...এইবাৰৰ বিহু হওঁক অস্তিত্বৰ....এইবাৰৰ বিহু হওঁক জীৱনৰ।।সকলোকেই বিহুৰ শুভেচ্ছা থাকিল ॥
13/04/2024

এইবাৰৰ বিহু হওঁক স্বাভিমানৰ...
এইবাৰৰ বিহু হওঁক অস্তিত্বৰ....
এইবাৰৰ বিহু হওঁক জীৱনৰ।।

সকলোকেই বিহুৰ শুভেচ্ছা থাকিল ॥

25/03/2024

होली पर्वले सबैको जीवनमा अनन्त खुशी र हाँसोको पल ल्याओस्। माया, हाँसो र मिठा पलहरूले भरिएको होलीको शुभकामना!

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰ...
01/03/2024

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Bhabesh kalita ভৱেশ কলিতা

Address

Nikashi
Nalbari
781372

Website

Alerts

Be the first to know and let us send you an email when Pitambar Pathak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share