AJYCP Asom Jatiyotabadi Yuva Chatra Parishad. Naharkatia Anchalik Samiti.

AJYCP Asom Jatiyotabadi Yuva Chatra Parishad. Naharkatia Anchalik Samiti. It is a regional students union of ASSAM,INDIA, it works for the prosperity and development of the society.

অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ ৰ উদ্যোগত আৰু উজনি বানাক্ৰান্ত ৰাইজৰ সহযোগত  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ, শিৱসাগৰত
05/10/2026

অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ ৰ উদ্যোগত আৰু উজনি বানাক্ৰান্ত ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ, শিৱসাগৰত

19/09/2026
18/09/2026

ঐতিহ্যমণ্ডিত ডুমডুমা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২০২৬-২০২৭ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মনোনীত মুঠ আঠগৰাকী প্ৰাৰ্থীয়ে বিজয়ী হয়। সেইমৰ্মে ধীৰাজ মৰাণ সভাপতি,
নীৰৱ জ্যোতি ভক্তিয়াৰী উপ-সভাপতি,
সমুদ্ৰ মৰাণ সাধাৰণ সম্পাদক,
অনিক ধৰ আলোচনী সম্পাদক ।
ৰিম্পী মেধি সাংস্কৃতিক‌‌ সম্পাদিকা,
দিপাঞ্জলী সন্যাসী তৰ্ক আৰু সাহিত্য সম্পাদিকা ,
পবন‌ মাল্লা ছাত্ৰ জিৰণি কোঠা সম্পাদক ,
যমুনা প্ৰধান ছাত্ৰী জিৰণি কোঠা সম্পাদক ।
বিজয়ী সকলো কেইগৰাকী সতীৰ্থলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।

18/09/2026

মানুহৰ মন সলনি হয়, সলনি হয় সময়। কিন্তু জীৱনৰ কিছু এনে সোণোৱালী ক্ষণ থাকে যাক প্ৰতিদিনে উদ্‌যাপন কৰা হয়। আপোনাৰ সৈতে খেলপথাৰত কটোৱা সেই অমূল্য সময় চিৰদিন সজীৱ হৈ থাকিব।
সৃষ্টি অমূল্য সম্ভাৰেৰে জিলিকি থাকক জুবিনদা।গভীৰ শ্ৰদ্ধাঞ্জলি আপোনালৈ।

Address

Naharkatiya
786610

Telephone

+919876543210

Website

Alerts

Be the first to know and let us send you an email when AJYCP Asom Jatiyotabadi Yuva Chatra Parishad. Naharkatia Anchalik Samiti. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share