Thengal Foundation

Thengal Foundation This is official page of Thengal Foundation.

Part-Time/Night care Helper Service Available in Duliajan & Dibrugarh.If you need a reliable helper, please contact us 0...
05/10/2026

Part-Time/Night care Helper Service Available in Duliajan & Dibrugarh.
If you need a reliable helper, please contact us 093656 07589

কাঠফুলা খেতিৰে হওক স্বাৱলম্বী ! 🍄" কম বিনিয়োগেৰে আৰম্ভ কৰক কাঠফুলা খেতি আৰু গঢ়ি তোলক উপাৰ্জনৰ নতুন পথ " 🍄
21/09/2026

কাঠফুলা খেতিৰে হওক স্বাৱলম্বী ! 🍄
" কম বিনিয়োগেৰে আৰম্ভ কৰক কাঠফুলা খেতি আৰু গঢ়ি তোলক উপাৰ্জনৰ নতুন পথ " 🍄

14/08/2026

“বানাগ্ৰস্ত পৰিয়ালসমূহক এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ঈশ্বৰে সকলোকে শক্তি আৰু সাহস দিয়ক”

Assistant পদৰ বাবে আবেদন আহ্বান কৰা হৈছে-👩 মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ📍 দুলীয়াজান সমষ্টিৰ স্থানীয় বাসিন্দা🎓 যোগ্যতা: H....
20/07/2026

Assistant পদৰ বাবে আবেদন আহ্বান কৰা হৈছে-

👩 মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ
📍 দুলীয়াজান সমষ্টিৰ স্থানীয় বাসিন্দা
🎓 যোগ্যতা: H.S. + ৬ মাহৰ Computer Course
💼 Office & Field Work
💰 Salary: Negotiable

🗓️ আবেদনৰ অন্তিম তাৰিখ: ১০ আগষ্ট ২০২৬

📧 CV পঠিয়াওক: [email protected]
📱 WhatsApp/Call: 093656 07589

১) ঘৰুৱা কাম কৰা (Maid), ২) সৰু ল’ৰা-ছোৱালী চোৱাচিতা কৰা (Babysitting/Nanny),  ৩) ৰোগী বা বৃদ্ধ মানুহৰ যত্ন লোৱা (Patien...
11/07/2026

১) ঘৰুৱা কাম কৰা (Maid),
২) সৰু ল’ৰা-ছোৱালী চোৱাচিতা কৰা (Babysitting/Nanny),
৩) ৰোগী বা বৃদ্ধ মানুহৰ যত্ন লোৱা (Patient Care/Caregiver)
উল্লেখিত কামৰ বাবে বিশ্বাসযোগ্য সহায়ক / সহায়িকাৰ প্ৰয়োজন হলে আমাৰ সৈতে যোগাযোগ কৰিব - 093656 07589

পদ খালী আছে, আমি নিযুক্তি দিছো !তলত উল্লেখিত কাম সমূহত যোগদানৰ বাবে প্ৰাৰ্থীৰ প্ৰয়োজন, ইচ্ছুক প্ৰাৰ্থী সকলে আমাৰ সৈতে য...
06/02/2026

পদ খালী আছে, আমি নিযুক্তি দিছো !
তলত উল্লেখিত কাম সমূহত যোগদানৰ বাবে প্ৰাৰ্থীৰ প্ৰয়োজন, ইচ্ছুক প্ৰাৰ্থী সকলে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব -

1. Housekeeping (গৃহ পৰিচালনা ) : ঘৰুৱা কামকাজ কৰা

2. Baby Care ( শিশু যত্ন লোৱা ) : সৰু লৰা-ছোৱালী যত্ন লোৱা

3. Caretaker ( তত্বাৱধায়ক ) : ৰোগী বা বয়োজ‍্যেষ্ঠ ব‍্যক্তিক যত্ন লোৱা

Address

Naharkatia

Telephone

+919365607589

Website

Alerts

Be the first to know and let us send you an email when Thengal Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Thengal Foundation:

Shortcuts

Share