25/07/2026
Urgently Needed – Unused Solar Panels & Accessories (Nagaon Only)
যদি নগাঁৱত কাৰোবাৰ ওচৰত ব্যৱহাৰ নকৰা Solar Panel, Solar Battery, Charge Controller, Inverter, বা আন কোনো Solar Accessories পৰি আছে, অনুগ্ৰহ কৰি মোক যোগাযোগ কৰক।
মোৰ এটা বিশেষ কামৰ বাবে এইবোৰ অতি জৰুৰীভাৱে লাগে। সামগ্ৰী পুৰণি বা সামান্য বেয়া হ’লেও সমস্যা নাই। প্ৰয়োজন হ’লে মই কিনি ল’ম।
কেৱল নগাঁৱৰ লোকসকলে যোগাযোগ কৰিব।
ধন্যবাদ।