Kaliabor serve humanity foundation

Kaliabor serve humanity foundation Govt. Registered NGO for helpless women and child development

11/08/2026

শিৱসাগৰলৈ বুলি পেকিং সম্পূর্ণ কৰা হল

শিৱসাগৰ লে যাবলৈ আজি পেকিং সৰ্ম্পূণ কৰা হল
11/08/2026

শিৱসাগৰ লে যাবলৈ আজি পেকিং সৰ্ম্পূণ কৰা হল

11/08/2026

অহা কালিলে শিৱসাগৰ লে যাবলে আজি পেকিংৰ কাম সম্পূর্ণ কৰিলোঁ

আমাৰ NGO অত এই  দুগৰাকী ছাত্ৰীয়ে internship কৰিছিলে | আজি আমি তেওঁলোকক চাৰটিফিকেট প্রদান কৰিলোঁ | ছাত্রী দুগৰাকীৰ উজ্জ্...
09/07/2026

আমাৰ NGO অত এই দুগৰাকী ছাত্ৰীয়ে internship কৰিছিলে | আজি আমি তেওঁলোকক চাৰটিফিকেট প্রদান কৰিলোঁ | ছাত্রী দুগৰাকীৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ

আজি আমি হাটি গাঁও পঞ্চায়ত ৰ সভাগৃহত মহিলাৰ অধিকাৰৰ এখনি সজাগতা সভাত অংশগ্ৰহন কৰোঁ | উক্ত সভাখনত গুৱাহাটীৰ জে বি আইন মহা...
25/06/2026

আজি আমি হাটি গাঁও পঞ্চায়ত ৰ সভাগৃহত মহিলাৰ অধিকাৰৰ এখনি সজাগতা সভাত অংশগ্ৰহন কৰোঁ | উক্ত সভাখনত গুৱাহাটীৰ জে বি আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্রীয়ে অংশগ্রহন কৰি মহিলাৰ অধিকাৰৰ বিষয়ে বক্তব্য ৰাখে | ছাত্রী গৰাকীয়ে আমাৰ NGO অত Internship কৰিছে | আজি তেওঁৰ internship ৰ প্রথম দিনৰ অভিজ্ঞতা | তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ |

https://kaliaborservehumanityfoundation.in Our NGO website has been launched
21/06/2026

https://kaliaborservehumanityfoundation.in

Our NGO website has been launched

At Kaliabor Serve Humanity Foundation, we empower women and support children's education and well-being through community outreach and skill development initiatives. Join us in making a lasting change in the lives of vulnerable families.

“কলিয়াবৰৰ গৌৰৱ জোনাক জ্যোতি বৰদলৈ তোমাক আন্তৰিক অভিনন্দন। নাসালৈ যোৱাৰ এই অসাধাৰণ সফলতাই আমাৰ অঞ্চল তথা সমগ্ৰ অসমৰ বাবে...
15/06/2026

“কলিয়াবৰৰ গৌৰৱ জোনাক জ্যোতি বৰদলৈ তোমাক আন্তৰিক অভিনন্দন। নাসালৈ যোৱাৰ এই অসাধাৰণ সফলতাই আমাৰ অঞ্চল তথা সমগ্ৰ অসমৰ বাবে গৌৰৱৰ বিষয়। তোমাৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু অধ্যৱসায়ে নতুন প্রজন্মক অনুপ্ৰেৰণা যোগাব। তোমাৰ আগন্তুক জীৱন আৰু কৰ্মযাত্ৰাৰ বাবে কলিয়াবৰ চার্ভ হিউমেনিটি ফাউণ্ডেছনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সফলতা কামনা কৰিলোঁ।” লগতে তেওঁৰ মাক দেউতাক লৈ ও শুভকামনা যাঁছিলো |

Today is the activity of our NGO
14/06/2026

Today is the activity of our NGO

Address

Nagaon
782138

Alerts

Be the first to know and let us send you an email when Kaliabor serve humanity foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Kaliabor serve humanity foundation:

Shortcuts

Share