Assam Tea Tribes Student Association : ATTSA

Assam Tea Tribes Student Association : ATTSA ATTSA is an Tea Tribes student's community organisation of Assam

কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 🎉তে...
15/10/2025

কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 🎉তেখেতৰ সু-স্বাস্থ্য, সুখ-শান্তি আৰু দীৰ্ঘায়ু জীৱনৰ আন্তৰিক কামনা কৰিলোঁ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোলাঘাট জিলাৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ ঊনংবিশততম কেন্দ্ৰীয় সাধাৰণ অধিবেশনত শ্ৰী জগদীশ বৰা...
15/10/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোলাঘাট জিলাৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ ঊনংবিশততম কেন্দ্ৰীয় সাধাৰণ অধিবেশনত শ্ৰী জগদীশ বৰাইক দেৱক মুল প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা ফেচবুক পৰিয়াল তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা জনালোঁ।

Congratulation Mr Jagdish Baraik : Assam Tea Tribes Student Association : ATTSA

জয় আই অসম!
জয় ATTSA!

অসম চাহ জনজাতি ছাত্ৰ সন্থা,নগাওঁ জিলাৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ ঊনংবিশততম কেন্দ্ৰীয় সাধাৰণ অধিবেশনত শ্ৰী মহেন্দ্ৰ নায়...
15/10/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা,নগাওঁ জিলাৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ ঊনংবিশততম কেন্দ্ৰীয় সাধাৰণ অধিবেশনত শ্ৰী মহেন্দ্ৰ নায়ক মুল প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা ফেচবুক পৰিয়াল তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা জনালোঁ।

Congratulation Mr Mahendra Nayak : Assam Tea Tribes Student Association : ATTSA

জয় আই অসম!
জয় ATTSA!প

13/10/2025

১৩ অক্টোবৰ ২০২৫ খ্রীষ্টাব্দ তাৰিখে চৌকিডিঙি, ডিব্ৰুগড়ত ,অসম চাহ জনজাতি ছাত্র সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জনজাতি পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বিশাল গণ সমাবেশ ।

আজি ১৩ অক্টোবৰ ২০২৫ খ্রীষ্টাব্দ তাৰিখে চৌকিডিঙি, ডিব্ৰুগড়ত ,অসম চাহ জনজাতি ছাত্র সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ...
13/10/2025

আজি ১৩ অক্টোবৰ ২০২৫ খ্রীষ্টাব্দ তাৰিখে চৌকিডিঙি, ডিব্ৰুগড়ত ,অসম চাহ জনজাতি ছাত্র সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জনজাতি পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বিশাল গণ সমাবেশ ।

আমাৰ দাবী:
✅ চাহ জনগোষ্ঠী লোকসকলক অনুসুচীত জনজাতিৰ মৰ্যাদা প্রদান কৰক।
✅ চাহ জনগোষ্ঠী লোকসকলক ভূমিপট্টাসহ ভূমি অধিকাৰ প্ৰদান কৰক।
✅ ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ আধাৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১-/ টকালৈ বৃদ্ধি কৰক।

জয় আই অসম!
জয় ATTSA!

আজিৰ দিনটো অসমৰ ইতিহাসত এক গুৰুত্বপূর্ণ দিন হিচাপে স্মৰণীয় হৈ থাকিব। আজি ১৩ অক্টোবৰ, ২০২৫ খ্ৰীষ্টাব্দ, ডিব্ৰুগড়ৰ চৌকিডিঙ...
13/10/2025

আজিৰ দিনটো অসমৰ ইতিহাসত এক গুৰুত্বপূর্ণ দিন হিচাপে স্মৰণীয় হৈ থাকিব। আজি ১৩ অক্টোবৰ, ২০২৫ খ্ৰীষ্টাব্দ, ডিব্ৰুগড়ৰ চৌকিডিঙিত অনুষ্ঠিত হয় এক বিশাল গণ সমাবেশ, য’ত উপস্থিত থাকে চাহ জনগোষ্ঠীৰ বিভিন্ন সংগঠন আৰু হাজাৰ হাজাৰ চাহ শ্ৰমিক।

এই ঐতিহাসিক গণ সমাবেশটো আয়োজন কৰা হয় —
👉 অসম চাহ জনজাতি ছাত্ৰ সন্থা,
👉 অসম চাহ মজদুৰ সংঘ,
👉 অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা,
👉 ৩৬ জনজাতি পৰিষদ, আৰু
👉 সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত।

সভাত বক্তাসকলে চাহ জনগোষ্ঠীৰ দাবীসমূহ পুনৰ উচ্চাৰণ কৰি চৰকাৰৰ দৃষ্টি আকর্ষণ কৰে।

আমাৰ মূল দাবীসমূহ:
✅ চাহ জনগোষ্ঠী লোকসকলক অনুসূচিত জনজাতি (ST)ৰ মৰ্যাদা প্রদান কৰক।
✅ চাহ জনগোষ্ঠী লোকসকলক ভূমিপট্টাসহ ভূমি অধিকাৰ নিশ্চিত কৰক।
✅ ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ আধাৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ₹৫৫১ টকালৈ বৃদ্ধি কৰক।

বক্তাসকলে স্পষ্টভাৱে কয় — "চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ ওপৰত দশক-দশক ধৰি হোৱা অন্যায় আৰু উপেক্ষা এতিয়া আৰু চলিব নোৱাৰে। যদি চৰকাৰে শীঘ্ৰে দাবীসমূহ পূৰণ নকৰে, তেন্তে আন্দোলন আৰু তীব্ৰ ৰূপ ল’ব।"

সমাবেশত উপস্থিত হৈ বিভিন্ন নেতা-কৰ্মীয়ে ঐক্যবদ্ধভাবে ঘোষণা কৰে — “এই সময়ত জাতি-ধর্ম-ভাষা পছন্দ নকৰি সকলো চাহ জনগোষ্ঠী আৰু আদিবাসী একত্ৰিত হ’ব লাগিব।”

13/10/2025

অহা ১৭,১৮ আৰু ১৯ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া আটছাৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি হিচাপে মৰিয়নি মহাবিদ্যালয়ৰ ছাত্ৰীসকলে চলোৱা ঝুমুৰৰ আখৰাৰ কিছু দৃশ্যাংশ ।

জয় আই অসম!
জয় ATTSA!

  || আজি ১৩ অক্টোবৰ ২০২৫ খ্রীষ্টাব্দ তাৰিখে চৌকিডিঙি, ডিব্ৰুগড়ত ,অসম চাহ জনজাতি ছাত্র সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ ...
13/10/2025

|| আজি ১৩ অক্টোবৰ ২০২৫ খ্রীষ্টাব্দ তাৰিখে চৌকিডিঙি, ডিব্ৰুগড়ত ,অসম চাহ জনজাতি ছাত্র সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জনজাতি পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বিশাল গণ সমাবেশ ।

আমাৰ দাবী:
✅ চাহ জনগোষ্ঠী লোকসকলক অনুসুচীত জনজাতিৰ মৰ্যাদা প্রদান কৰক।
✅ চাহ জনগোষ্ঠী লোকসকলক ভূমিপট্টাসহ ভূমি অধিকাৰ প্ৰদান কৰক।
✅ ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ আধাৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১-/ টকালৈ বৃদ্ধি কৰক।

জয় আই অসম!
জয় ATTSA!

অসম চাহ জনজাতি ছাত্র সন্থা (ATTSA) কেন্দ্রীয় সমিতিৰ উদ্যোগতমৰিয়নী মহাবিদ্যালয়ৰ (হীৰক জয়ন্তী) সহযোগত কুইজ প্রতিযোগিতাড° ...
10/10/2025

অসম চাহ জনজাতি ছাত্র সন্থা (ATTSA) কেন্দ্রীয় সমিতিৰ উদ্যোগত
মৰিয়নী মহাবিদ্যালয়ৰ (হীৰক জয়ন্তী) সহযোগত কুইজ প্রতিযোগিতা

ড° দিব্যজ্যোতি ওজা, প্রশ্নোত্তৰ পৰিচালকঃ বিশিষ্ট শৈক্ষিক গৱেষক, আঞ্চলিক গৱেষণা পৰীক্ষাগাৰ (NEIST), যোৰহাট

যোগাযোগ নম্বৰঃ, 7086876443, 9706429964, 8135898570, 7002897586

সদ্য ঘোষিত অসম লোকসেৱা আয়োগ (APSC)ৰ অন্তৰ্গত AEGCL (Assam Electricity Grid Corporation Limited)ৰ Assistant Accounts Off...
10/10/2025

সদ্য ঘোষিত অসম লোকসেৱা আয়োগ (APSC)ৰ অন্তৰ্গত AEGCL (Assam Electricity Grid Corporation Limited)ৰ Assistant Accounts Officer 2024-25 বৰ্ষৰ পৰীক্ষাত শ্ৰীমতী বৰ্ণালী ৰাজোৱাৰে সুক্ষাৰ্থীৰে উতীৰ্ণ হৈ, আমাৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজ খনলৈ এক গৌৰৱৰ সঞ্চাৰ কৰিছে।

এই মহান সফলতাই চাহ জনগোষ্ঠীৰ শিক্ষিত নবযুৱ সমাজলৈ এক অনুপ্ৰেৰণা ৰূপে পৰিগণিত হ’ব। শ্ৰীমতী ৰাজোৱাৰীৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু অধ্যৱসায়ই আজিৰ দিনটোত তেখেতক এই সন্মানজনক স্থানলৈ উত্থিত কৰিছে।

অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা তৰফৰ পৰা শ্ৰীমতী বৰ্ণালী ৰাজোৱাৰেক আন্তৰিক অভিনন্দন জনোলো। সংগঠনৰ পৰিয়ালই আশা প্ৰকাশ কৰিছে যে, তেখেতৰ এই সফলতা আগন্তুক প্ৰজন্মৰ শিক্ষাৰ্থীসকলকও এক নবীন দিশৰ দিশা প্ৰদৰ্শন কৰিব।

জয় আই অসম!
জয় ATTSA!

অসম চাহ জনজাতি ছাত্ৰ সন্থা '(ATTSA)' নগাঁও জিলা সমিতিৰ নৱনিৰ্বাচিত সভাত নগাওঁ জিলাৰ সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত শ্...
09/10/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা '(ATTSA)' নগাঁও জিলা সমিতিৰ নৱনিৰ্বাচিত সভাত নগাওঁ জিলাৰ সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত শ্ৰীযুত নিপেণ ৰাজপুত দেৱক সংগ্ৰামী অভিনন্দন জনালোঁ।
এজন সৎ সাহসী আৰু নিঃস্বাৰ্থ ভাবে "অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ"সৈনিক হিচাপে আপোনাক লৈ সদায় গৌৰৱ কৰোঁ।আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।

Congratulations - Assam Tea Tribes Students Association: ATTSA

জয় আই অসম !
জয়তু আটছা !

অসম চাহ জনজাতি ছাত্ৰ সন্থা '(ATTSA)' নগাঁও জিলা সমিতিৰ নৱনিৰ্বাচিত সভাত নগাওঁ জিলাৰ সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত শ্...
09/10/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা '(ATTSA)' নগাঁও জিলা সমিতিৰ নৱনিৰ্বাচিত সভাত নগাওঁ জিলাৰ সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত শ্ৰীযুত গৌতম সবৰ দেৱক সংগ্ৰামী অভিনন্দন জনালোঁ।
এজন সৎ সাহসী আৰু নিঃস্বাৰ্থ ভাবে "অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ"সৈনিক হিচাপে আপোনাক লৈ সদায় গৌৰৱ কৰোঁ।আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।

Congratulations - Assam Tea Tribes Students Association: ATTSA

জয় আই অসম !
জয়তু আটছা !

Address

Nagaon
782138

Alerts

Be the first to know and let us send you an email when Assam Tea Tribes Student Association : ATTSA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Assam Tea Tribes Student Association : ATTSA:

Share