Chinaki- A Centre for Heritage

Chinaki- A Centre for Heritage Save your Heritage, Save your Identity,
Love your Heritage

Vande Matram is the national song of India, which was composed by the Bankim Chandra Chatterjee, originally in Sanskrit ...
15/08/2026

Vande Matram is the national song of India, which was composed by the Bankim Chandra Chatterjee, originally in Sanskrit & Bengali.

He wrote Vande Mataram at Chinsurah, near the river Hooghly (near Mallik Ghat).

It is assumed that the concept of Vande Mataram clicked to Bankim Chandra Chattopadhyay when he was serving as a government official (a District Collector), around 1876. ( collected from social media)

Know our indegenous people
10/08/2026

Know our indegenous people

The Khamyang language of the Tai Khamyang community is on the verge...

নতুন শিক্ষা নীতি (NEP)ত ইণ্টাৰ্নশ্বিপক এক গুৰুত্বপূৰ্ণ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে, যাতে শিক্ষাৰ্থীসকলে কেৱল তাত্ত্ব...
07/08/2026

নতুন শিক্ষা নীতি (NEP)ত ইণ্টাৰ্নশ্বিপক এক গুৰুত্বপূৰ্ণ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে, যাতে শিক্ষাৰ্থীসকলে কেৱল তাত্ত্বিক জ্ঞানেই নহয়, বাস্তৱিক কৰ্ম অভিজ্ঞতাও লাভ কৰিব পাৰে। ই শিক্ষাক দক্ষতা-ভিত্তিক আৰু কৰ্মমুখী কৰি তোলে।
ইণ্টাৰ্নশ্বিপৰ জৰিয়তে শিক্ষাৰ্থীসকলে উদ্যোগ, সংগঠন আৰু বিভিন্ন পেছাগত ক্ষেত্ৰত প্ৰশিক্ষণ লাভ কৰি নিজৰ দক্ষতা বিকাশ কৰিব পাৰে।
NEP-এ ইণ্টাৰ্নশ্বিপক শিক্ষাৰ সৈতে সংযোগ কৰি শিক্ষা ব্যৱস্থাক অধিক বাস্তৱমুখী, উদ্ভাৱনীমূলক আৰু জীৱনমুখী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

২২/০৬/২০২৬ ৰ পৰা ৫/০৭/২০২৬ তাৰিখলৈকে আয়োজিত হোৱা এইবছৰৰ বিষয় আছিল “সংগ্ৰহালয় আৰু ঐতিহ্য: ভৱিষ্যত প্ৰজন্মৰ বাবে অতীতৰ সংৰক্ষণ ’’
চিনাকি দ্বাৰা আয়োজিত এই বিষয়ৰ প্ৰতি আগ্ৰহী ইতিহাস বিভাগৰ টিহু কলেজৰ শিক্ষাৰ্থী সকলৰ লগতে শিক্ষক চিন্ময় লৈ চিনাকিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনালো৷ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ সহযোগিতাৰ বাবেও শ্বীৱাংগী বাইদেউক ধন্যবাদ জনালো৷

An internship is an important opportunity for students to gain real-world work experience. In the fields of museums, heritage, art, and cultural resources, internships allow students to acquire practical knowledge related to collection, documentation, conservation, exhibition, and museum education.
NEP considers internships an integral part of education and emphasizes their role in making students more capable, practical, and prepared for their future careers.

From 22.06.2026 to 06.08.2026..This time CHINAKI organised intership program with the topic of "Museum &Heritage: Preserving the past for future generation

Thank you Dept.of History Tihu College,& Asst.prof. Chinmoy for giving us to share knowledge and Delhi University, Shivangi Madam for your interest..

28/07/2026

এটা অনুষ্ঠানে আন এটা অনুষ্ঠানৰ বাবেও সহায়ৰ হাত আগবঢ়াই একতাৰে কাম কৰিব পাৰে৷৷

চিনাকিৰ ফালৰ পৰা বানপ্ৰলয়ত পীৰিতসকলৰ দুৰ্যোগৰ বাবে নতুন কাপোৰ, খোৱা সামগ্ৰীৰ যোগান ধৰা হ’য় “সেৱক’’ নামৰ অনুষ্ঠানৰ বাবে য’ত কেইজনমান ডেকাল’ৰাই একেলগে বানপিৰীতৰ বাবে বহুবছৰ ধৰি কাম কৰি আহিছে৷ যুৱশক্তিৰ প্ৰশংসনীয় আৰু আদৰ্শ এই “সেৱক’’ৰ যুৱককেইজন৷ ভিতৰুৱা অঞ্চললৈ গৈ আৰ্তজনক সহায়ৰ মৰসাহ, নিজৰ জীৱনকো নেওচি নিস্বাৰ্থতাৰে কৰা ভাইটিকেইজনক চিনাকিৰ ফালৰ পৰা সহায়ৰ বাবে অশেষ। কৃতজ্ঞতা জনালো৷

নগাঁও ক্ৰীয়া সংন্থাই আৰ্তজনৰ বাবে চিনাকি পৰিয়ালক নতুন কাপোৰ, দাইপাৰ, বিস্কুট আদি দিয়াৰ সুযোগ দিয়াৰ বাবে নগাঁও ক্ৰীয়া সন্থাকো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷
নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কোনাল বৰকটকী আৰু প্ৰাক্তন ছাত্ৰী শৰ্মিষ্ঠাকো অশেষ ধন্যবাদ জনালো চিনাকিৰ অনুৰোধত আৰ্তজনৰ বাবে কাপোৰ, বিস্কুট, চাউল আদি প্ৰদান কৰি যুৱপ্ৰজন্মৰ দায়িত্বশীলতাৰ পৰিচায়ক হোৱাৰ বাবে৷

চিনাকি পৰিয়ালৰ সদস্যা হিচাপে বন্তিশিখা বৰুৱা, ছায়াৰাণী শৰ্মা, মালা বৰঠাকুৰকো বৰঙনি, বস্ত্ৰ প্ৰদানৰ বাবে অশেষ ধন্যবাদ যাচিলোঁ৷

প্ৰলয়ৰ ভয়াবহতাৰ দৃশ্যাংশবোৰৰ পৰা বৰ্তমানৰ উপৰিও এই সহায় সাহাৰ্য্য অনাগত ৬ মাহলৈকে অন্ততঃ প্ৰয়োজন হ’ব যেন অনুমেয়৷ সেয়ে অনাগত দিনটো চিনাকিৰ পৰিয়ালে এই কাৰ্য অব্যাহত ৰাখিব৷৷

An organization can extend a helping hand to another organization and work together in unity.Through "Chinaki" new clothes and food supplies were provided to relieve the distress of those affected by the devastating floods. This was done for an organization named "Sewak," where a group of young men has been working together for flood victims for many years. These youths of "Sewak" represent an admirable and exemplary model of youth power. I express my deepest gratitude to these younger brothers for their immense courage in traveling to remote areas to help the needy, and for their selflessness, disregarding even their own lives, to assist "Chinaki."

I also extend my heartfelt thanks and gratitude to the Nagaon Sports Association for giving the Chinaki family the opportunity to provide new clothes, diapers, biscuits, and other essentials for the needy.

My sincere thanks also go to Kunal Barkataki, an alumnus of Nagaon University, and alumnae Sharmistha and . Upon Chinaki's request, they contributed clothes, biscuits, rice, and other items, proving themselves to be shining examples of responsibility among the younger generation.

As members of the Chinaki family, I offer my sincere thanks to Bantisikha Baruah, Chayarani Sarma, and Mala Borthakur for donating money &clothing as well.

Looking at the horrifying scenes of this devastation, it appears that this aid and relief will be needed for at least the next 6 months, in addition to the present moment. Therefore, the Chinaki family will continue this initiative in the days to come.

Eminent. Artist of Assam Neelpaban Barua Remembering on his Birth anniversary. occupies a distinguished position in the ...
01/06/2026

Eminent. Artist of Assam Neelpaban Barua Remembering on his Birth anniversary.

occupies a distinguished position in the history of modern Assamese art. He played a pivotal role in introducing modern artistic sensibilities to Assam while maintaining a deep connection with the region’s cultural and natural heritage. Influenced by the artistic environment of Visva-Bharati University, Barua developed a unique visual language that combined traditional motifs with modernist experimentation.

One of the most remarkable features of Barua’s paintings is his innovative use of colour, form, and composition. His artworks frequently depict elements of Assamese life, including flora, fauna, folk traditions, and human figures. However, these subjects are rarely presented in a purely realistic manner. Instead, they are transformed into symbolic and decorative forms that evoke deeper emotional and philosophical meanings. His paintings reveal a profound sensitivity towards nature and a strong sense of harmony between human beings and their environment.

A significant aspect of Barua’s artistic practice is his engagement with modernism. Unlike conventional representational artists, he sought to express inner emotions and psychological experiences through abstraction and stylized forms. Many of his works display semi-abstract and abstract qualities, encouraging viewers to interpret the imagery through their own perspectives. This approach positioned him among the pioneers of modern art in Assam and contributed to the broader development of contemporary Indian painting.

Beyond his individual artistic contributions, Neelpaban Barua also played an important role as an educator, true lover of his wife eminent singer of Assam Dipali Borthakur, he was also a well organizer, and promoter of art in Assam. Through his involvement in artistic institutions and cultural activities, he inspired younger generations of artists and helped create a supportive environment for modern art practice in the region.

In conclusion, Neelpaban Barua’s paintings represent a significant milestone in the evolution of modern Assamese art. His successful fusion of regional identity, modernist aesthetics, and personal creativity established a distinctive artistic legacy. A critical study of his work reveals not only his technical and imaginative achievements but also his enduring contribution to the cultural and artistic heritage of Assam. His paintings continue to inspire scholars, artists, and art enthusiasts, securing his place as one of the most influential figures in the history of Assamese visual art.

অসমৰ আধুনিক চিত্ৰকলাৰ ইতিহাসত এক উজ্জ্বল আৰু স্বতন্ত্ৰ নাম। তেওঁ অসমৰ চিত্ৰশিল্পক আঞ্চলিক সীমাৰ ভিতৰত আবদ্ধ নাৰাখি আধুনিক ভাৰতীয় শিল্পধাৰাৰ সৈতে সংযোগ স্থাপন কৰিছিল। শান্তিনিকেতনত লাভ কৰা শিল্পশিক্ষাই তেওঁৰ শিল্পচিন্তা আৰু নান্দনিক বোধ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ শিল্পকর্মত একে সময়তে প্ৰকৃতি, মানুহ, লোকসংস্কৃতি, প্ৰতীকবাদ আৰু আধুনিক মনস্তত্ত্বৰ সমন্বয় লক্ষ্য কৰা যায়।

নীলপৱন বৰুৱাৰ চিত্ৰকলাৰ অন্যতম বৈশিষ্ট্য হৈছে তেওঁৰ শক্তিশালী নক্সামূলক (decorative) গঠন আৰু ৰঙৰ সৃষ্টিশীল ব্যৱহাৰ। তেওঁৰ বহু চিত্ৰত অসমীয়া জীৱন, গছ-গছনি, চৰাই-চিৰিকটি, পশু-পক্ষী আৰু লোকজ উপাদানৰ উপস্থিতি দেখা যায়। কিন্তু এই উপাদানসমূহ তেওঁ কেৱল বাস্তৱিক ৰূপত উপস্থাপন নকৰে; বৰঞ্চ প্ৰতীক আৰু আভাসৰ মাধ্যমেৰে গভীৰ অনুভূতি প্ৰকাশ কৰে। সমালোচকসকলে উল্লেখ কৰিছে যে প্ৰকৃতিৰ সৈতে সংলাপ স্থাপন কৰা তেওঁৰ চিত্ৰসমূহত এক জৈৱিকতা, কোমলতা আৰু মানৱীয় সহানুভূতি বিদ্যমান।

তেওঁৰ শিল্পত আধুনিকতাবাদী চিন্তাৰ প্ৰভাৱ স্পষ্ট। বাস্তৱ জগতৰ সৰল অনুকৰণৰ পৰিৱৰ্তে তেওঁ ৰূপ, ৰং আৰু গঠনৰ মাধ্যমেৰে অন্তৰ্জগতৰ অভিজ্ঞতা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। এই দৃষ্টিভংগীয়ে তেওঁৰ শিল্পক আধুনিক ভাৰতীয় শিল্পধাৰাৰ সৈতে সংযুক্ত কৰিছে। বহু ক্ষেত্ৰত তেওঁৰ চিত্ৰসমূহত বিমূৰ্ত (abstract) আৰু অৰ্ধ-বিমূৰ্ত (semi-abstract) ধাৰাৰ সমাহাৰ দেখা যায়, যিয়ে দৰ্শকক নিজস্ব ব্যাখ্যা গঢ়ি তুলিবলৈ উৎসাহিত কৰে।

তেওঁৰ সৃষ্টিশীল অনুসন্ধান আছিল অত্যন্ত সাহসী আৰু বৈচিত্ৰ্যপূৰ্ণ।

নীলপৱন বৰুৱা কেৱল এজন চিত্ৰশিল্পী নাছিল; তেওঁ অসমৰ শিল্প-সংস্কৃতি জগতৰ এজন সংগঠক, শিক্ষক আৰু পথপ্ৰদৰ্শকো আছিল। অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্টছ ছ’চাইটি গঠনৰ জৰিয়তে তেওঁ নতুন প্ৰজন্মৰ শিল্পীসকলক উৎসাহিত কৰিছিল আৰু ৰাজ্যখনত আধুনিক শিল্পচৰ্চাৰ এক সুদৃঢ় পৰিৱেশ গঢ়ি তুলিছিল।

সামগ্ৰিকভাৱে মূল্যায়ন কৰিলে ক’ব পাৰি যে নীলপৱন বৰুৱাৰ চিত্ৰকলাই অসমীয়া শিল্পক এক নতুন ভাষা আৰু নতুন দিশ প্ৰদান কৰিছিল। তেওঁৰ শিল্পত আঞ্চলিক সংস্কৃতি, আধুনিক শিল্পবোধ আৰু ব্যক্তিগত সৃষ্টিশীলতাৰ এক অনন্য সমন্বয় দেখা যায়। সেয়েহে তেওঁ অসমৰ আধুনিক চিত্ৰকলাৰ ইতিহাসত এজন অগ্ৰগণ্য শিল্পী হিচাপে চিৰস্মৰণীয় হৈ থাকিব।

Enroll now to know about Museum & Heritageand save your identity Last date for Registration: 30th May, 2026
25/05/2026

Enroll now to know about Museum & Heritage
and save your identity

Last date for Registration: 30th May, 2026

22/05/2026
18/05/2026
GOI has gifted us Nation's Best Gift on International Museum Day (Theme:  Museums Uniting a Divided World) from Nedarlan...
18/05/2026

GOI has gifted us Nation's Best Gift on International Museum Day (Theme: Museums Uniting a Divided World) from Nedarland

Address

G. B. Road, Amolapatty
Nagaon
782003

Telephone

9227001123

Website

Alerts

Be the first to know and let us send you an email when Chinaki- A Centre for Heritage posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Chinaki- A Centre for Heritage:

Shortcuts

Share