05/08/2025
কলিয়াবৰৰ সমবায় ক্ষেত্ৰৰ এক উল্লেখযোগ্য সমবায় সমিতি কলিয়াবৰ মানৱ কল্যাণ বহুমুখী সমবায় সমিতিয়ে বাৰ্ষিক সাধাৰণ সভাত আমাৰ ন্যাস “অধ্যয়ন চেৰিটেবল ট্ৰাষ্ট”ক সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে যচাঁ মৰমবোৰ ইয়াতে সাঁচি ৰাখিলোঁ আৰু সমবায় সমিতিখনলৈ ধন্যবাদ জনালোঁ ৷
কলিয়াবৰ কলিয়াবৰ মানৱ কল্যাণ সমবায়
#বাৰ্ষিকসাধাৰণসভা