AKRSU Nagaon District

AKRSU Nagaon District সংগ্ৰাম জাতিৰ বাবে সংগ্ৰাম মাটিৰ বাবে

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা নগাঁও জিলাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৫১৬ তম্ বিশ্ব মহাবীৰ চিলাৰায় জন্মজয়ন্তীত উপস্থিত থকা বিশ...
14/02/2026

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা নগাঁও জিলাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৫১৬ তম্ বিশ্ব মহাবীৰ চিলাৰায় জন্মজয়ন্তীত উপস্থিত থকা বিশিষ্ট অতিথি সকল ।

06/11/2025
আক্ৰাছুৰ নবগঠিত কেন্দ্ৰীয় সমিতিত উপ সভাপতিৰ দৰে গুৰু দায়িত্ব লাভ কৰা শ্ৰদ্ধাৰ ধনটি ডেকা ডাঙৰীয়ালৈ নগাঁও জিলাৰ তৰফৰ পৰ...
07/08/2025

আক্ৰাছুৰ নবগঠিত কেন্দ্ৰীয় সমিতিত উপ সভাপতিৰ দৰে গুৰু দায়িত্ব লাভ কৰা শ্ৰদ্ধাৰ ধনটি ডেকা ডাঙৰীয়ালৈ নগাঁও জিলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ।

হাৰিয়ানাৰ ৰহটকত অনুষ্ঠিত হোৱা National junior boxing championship 2025ত জয়শ্ৰী ডেকাই অসমৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ ...
19/07/2025

হাৰিয়ানাৰ ৰহটকত অনুষ্ঠিত হোৱা National junior boxing championship 2025ত জয়শ্ৰী ডেকাই অসমৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । আক্ৰাছু নগাঁও জিলাৰ তৰফৰ পৰা জয়শ্ৰী ডেকালৈ অভিনন্দন জ্ঞাপন কৰা লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।

কোচ ৰাজবংশী লোকগীতক এক সুকীয়া মাত্ৰা প্ৰদান কৰা  হস্তীৰ কন্যা  পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ জন্মবাৰ্ষিকী সদৌ কোচ ৰাজবংশী ছাত...
03/10/2024

কোচ ৰাজবংশী লোকগীতক এক সুকীয়া মাত্ৰা প্ৰদান কৰা হস্তীৰ কন্যা পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ জন্মবাৰ্ষিকী সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নগাওঁ জিলাই শ্ৰদ্ধাৰে সুঁৱৰিছো ।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when AKRSU Nagaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share