02/12/2023
আমাৰ এই Assam Yoga Sports Development Association Logo টো এটা দুষ্ট চক্ৰই ব্যৱহাৰ কৰি আছে। এইটো কোনো ৰাষ্ট্ৰীয় সংস্থাৰ লগত জৰিত Association নহয়। Assam yoga Sports Development Association এটা অসমৰ নিজা অনুস্থান, গতিকে এই অনুষ্ঠানৰ Logo ব্যৱহাৰ নকৰিবলৈ সকিয়াই দিলো।