Govinda Kalaskhetra

Govinda Kalaskhetra Govinda Kalaskhetra is a Non-Government Organization that works on development of Socio-Cultural Awareness among the young generation.

১৯৯৩ চনত স্বৰ্গীয় যোগেন্দ্ৰ নাথ গোস্বামীদেৱৰ দ্বাৰা স্থাপিত আমাৰ মৰমৰ গোৱিন্দ কলাক্ষেত্ৰ, সাংস্কৃতিক চৰ্চা কেন্দ্ৰ আৰু ...
24/07/2026

১৯৯৩ চনত স্বৰ্গীয় যোগেন্দ্ৰ নাথ গোস্বামীদেৱৰ দ্বাৰা স্থাপিত আমাৰ মৰমৰ গোৱিন্দ কলাক্ষেত্ৰ, সাংস্কৃতিক চৰ্চা কেন্দ্ৰ আৰু সংগীত মহাবিদ্যালয় লৈ এক গৌৰৱোজ্জ্বল ক্ষণ কঢ়িয়াই অনাৰ বাবে আমি অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত! অসম সত্ৰ মহাসভা, পৰীক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত ২০২৫–২০২৬ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত আমাৰ পৰীক্ষা কেন্দ্ৰটোৱে অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।
কাব্যশ্ৰী ভূঞালৈ অভিনন্দন, সত্ৰীয়া নৃত্য শাখাত সমগ্ৰ অসমৰ ভিতৰত বাচনি কৰা শ্ৰেষ্ঠ ১০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত স্থান লাভ কৰি, ২০২৬ চনৰ ১৯ জুলাইত যোৰহাটৰ ৰাজাবাৰীত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি গোৱিন্দ কলাক্ষেত্ৰৰ লগতে সমগ্ৰ কলিয়াবৰলৈ অপাৰ গৌৰৱ কঢ়িয়াই অনাৰ বাবে কাব্যশ্ৰী ভূঞাক জনালোঁ অশেষ আন্তৰিক অভিনন্দন! প্ৰতিযোগী শিক্ষাৰ্থীসকললৈ শুভকামনা: গুৰুৰ তত্বাৱধানত চূড়ান্ত প্ৰতিযোগিতাত সুখ্যাতিৰে অংশগ্ৰহণ কৰা শিক্ষাৰ্থী হিমাক্ষ্ৰী চৌধুৰী আৰু মিতালী বিশ্বাস লৈও জনালোঁ আমাৰ ধন্যবাদ আৰু আন্তৰিক শুভকামনা।
শ্ৰদ্ধাৰ গুৰুলৈ কৃতজ্ঞতা: এই সফলতাৰ আঁৰৰ অন্যতম কাণ্ডাৰী, সত্ৰীয়া সংস্কৃতিৰ সাধক গুৰু উপাসনা মহন্ত ডাঙৰীয়ানীলৈ আমাৰ গভীৰ শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।
https://govindakalaskhetra.blogspot.com/2026/07/blog-post.html

Address

Uluoni Gaon
Nagaon
782137

Opening Hours

Monday 9am - 6pm
Tuesday 9am - 6pm
Wednesday 9am - 6pm
Thursday 9am - 6pm
Friday 9am - 6pm
Saturday 9am - 6pm
Sunday 9am - 6pm

Telephone

+917002765510

Alerts

Be the first to know and let us send you an email when Govinda Kalaskhetra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Govinda Kalaskhetra:

Shortcuts

Share