19/09/2026
আজি অসমৰ সুৰৰ পুৰুষ জুবিন গাৰ্গৰ প্ৰথম পুণ্যতিথি। আপোনাৰ হঠাত্ প্ৰস্থানে অসমীয়া জাতি আৰু সংগীত জগতখনত সৃষ্টি কৰা শূল্যতা কেতিয়াও পূৰণ হ'ব নোৱাৰে। কিন্তু আপুনি গাই যোৱা হাজাৰ হাজাৰ গানে আমাক সদায় জীয়াই থকাৰ প্ৰেৰণা যোগাব। আপোনাৰ স্মৃতি আমাৰ হৃদয়ত চিৰদিন সজীৱ হৈ থাকিব , সাৰ্বজনীন পূজা সমিতি, শংকৰ মিছন পথৰ ফালৰ পৰা আপোনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।