Morigaon Mahila Mehfil

Morigaon Mahila Mehfil Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Morigaon Mahila Mehfil, Non-Governmental Organization (NGO), Morigaon civil hospital Road, ward no 7, Morigaon.

03/01/2026
04/06/2025
জুয়ে পুৰা লোকৰ বাবে সুখবৰ ! আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ কাৰোবাক জুয়ে পুৰাৰ পিছত উন্নত মানৰ ছাৰ্জাৰী চিকিৎসাৰ পৰা বঞ্চিত...
29/01/2025

জুয়ে পুৰা লোকৰ বাবে সুখবৰ ! আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ কাৰোবাক জুয়ে পুৰাৰ পিছত উন্নত মানৰ ছাৰ্জাৰী চিকিৎসাৰ পৰা বঞ্চিত হৈ জীৱন ভৰ পুৰা দাগ তথা চিনবোৰ লৈ জীয়াই থাকিব লগা হৈছে ! তেনে অসহায় জুয়ে পুৰা লোক সকলক সম্পূৰ্ণ বিনামূলীয়াকৈ উন্নত মানৰ ছাৰ্জাৰী চিকিৎসাৰ দ্বাৰা পুনৰাই এটা স্বাভাৱিক জীৱন দিয়াৰ প্ৰয়াসেৰে আগবাঢ়ি অহা আমেৰিকাৰ এটি মানৱ দৰদী সংস্থাই মৰিগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান "মৰিগাঁও মহিলা মেহফিল"ৰ লগত সম্পৰ্ক কৰিছে ! সেয়ে আপোনাৰ ঘৰত বা ওচৰত তেনে লোক থাকিলে তলত উল্লেখ কৰা ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ ! মনত ৰাখিব, আপোনাৰ এই ক্ষুদ্ৰ সহায়ে কাৰোবাৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব পাৰে !!

: 9101910006/6900988449

Observation of World Alzheimer's Day collaboration with District Mental Health Programme
21/09/2024

Observation of World Alzheimer's Day collaboration with District Mental Health Programme

Address

Morigaon Civil Hospital Road, Ward No 7
Morigaon
782105

Website

Alerts

Be the first to know and let us send you an email when Morigaon Mahila Mehfil posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share