Jajari Anchalik Kida Sanstha

Jajari Anchalik Kida Sanstha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jajari Anchalik Kida Sanstha, Community Organization, 01 Dolonghat, Morigaon.

নলবাৰীৰ সৰিয়হতলীত অনুষ্ঠিত হৈ থকা ৪৭ সংখ্যক আন্তঃজিলা এথলেটিক প্ৰতিযোগিতাত প্ৰথম দিনাই ১০,০০০ মিটাৰ খোজকঢ়া প্ৰতিযোগিতা...
25/07/2026

নলবাৰীৰ সৰিয়হতলীত অনুষ্ঠিত হৈ থকা ৪৭ সংখ্যক আন্তঃজিলা এথলেটিক প্ৰতিযোগিতাত প্ৰথম দিনাই ১০,০০০ মিটাৰ খোজকঢ়া প্ৰতিযোগিতাত জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ অন্যতম প্ৰতিভাশালী খেলুৱৈ নিজৰা বৰদলৈয়ে সুন্দৰ প্ৰদৰ্শনৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি খেলুৱৈ গৰাকীৰ সু স্বাস্থ্যৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।
Sofikul Islam Jajari Anchalik Kida Sanstha Safiqul Hoque Amrish Kumar

আমাৰ গৌৰৱ।ত্ৰৈলোক্য মছৰঙখেলʼ ইণ্ডিয়া ২০২৬ ৰ ১১০ মিটাৰ হাৰ্ডলছ চেম্পিয়ন।     Himanta Biswa Sarma
06/04/2026

আমাৰ গৌৰৱ।
ত্ৰৈলোক্য মছৰঙ
খেলʼ ইণ্ডিয়া ২০২৬ ৰ ১১০ মিটাৰ হাৰ্ডলছ চেম্পিয়ন।



Himanta Biswa Sarma

জাজৰি আঞ্চলিক ক্ৰীড়া সংস্থাৰ   গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ বিশেষ মূহুৰ্তত।
26/01/2026

জাজৰি আঞ্চলিক ক্ৰীড়া সংস্থাৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ বিশেষ মূহুৰ্তত।

Address

01 Dolonghat
Morigaon
782142

Website

Alerts

Be the first to know and let us send you an email when Jajari Anchalik Kida Sanstha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share