Jayanta munda

Jayanta munda Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jayanta munda, Youth Organization, Moran, Moranhat.

30/07/2026

সকলো শেষ😭

19/02/2026

I accepted 1 fan badge from Lurinjyoti Gogoi.

15/02/2026

অহা ইং ২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চ তাৰিখে অনুষ্ঠিত হব লগা ৩৬ জনজাতি পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ ৰাজ্যিক অভিবৰ্তনৰ আজি লাইখুটা স্থাপন কৰা হয় ৷ লগতে উদযাপন সমিতিৰ সভাপতি শ্ৰী জয়ন্ত চাওৰা আৰু মুখ্য সম্পাদক শ্ৰী দানেল মুণ্ডাই সকলো ৰাইজক সৰ্বোত্তপ্ৰকাৰে সহায় সহযোগ লগতে দলে বলে অংশগ্ৰহন কৰিবলৈ আহবান জনায় ৷
স্থান —পথালিবাম ৰচীপথাৰ মুকলি পথাৰ ৷

অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ ২য় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত সংগঠনটোৰ সকলো সতীৰ্থ, সদস্য তথা শুভাকাংক্ষীলৈ আন্তৰিক শুভ...
27/01/2026

অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ ২য় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত সংগঠনটোৰ সকলো সতীৰ্থ, সদস্য তথা শুভাকাংক্ষীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশাকৰোঁ, মুণ্ডা সমাজৰ আশা-আকাংক্ষাৰ বলিষ্ঠ কণ্ঠ হৈ শক্তিশালীভাৱে কাম কৰি যাবৰ বাবে আপোনালোকৰ সহযোগিতা সদায় কামনা কৰিলো ৷

11/11/2025

সকলোকে নিমন্ত্ৰণ জনালো ৷

অসম চাহ জনজাতি ছাত্ৰ সন্থা,আটছা যোৰহাট জিলা সমিতিৰ নৱনিৰ্বাচিত সহকাৰী সম্পাদক মোৰ বন্ধুবৰ শ্ৰী প্ৰবীণ মুণ্ডালৈ  বহুত বহু...
31/08/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা,আটছা যোৰহাট জিলা সমিতিৰ নৱনিৰ্বাচিত সহকাৰী সম্পাদক মোৰ বন্ধুবৰ শ্ৰী প্ৰবীণ মুণ্ডালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

28/04/2025

অসম মুণ্ডা মহাসভা কেন্দ্ৰীয় মহিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা সমিতিৰ সহযোগত মৰাণহাট আঞ্চলিক সমিতিত চাৰহুল উৎসৱত অৰ্জুন লাক্ৰাৰ সংগীতষ্ঠান

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউ, তিনিচুকী...
10/02/2025

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউ, তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আদিবাসী সকলৰ দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যাসমূহৰ স্থায়ী সমাধানৰ দাবীত ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মূখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।
ZINDABAD
CEC President Zindabad
CEC VP Zindabad
CEC GS Zindabad

 #আজি এক কলা দিন🏴২০১৪ চনৰ 23 ডিচেম্বৰ আজিৰ দিনটোতে বিশ্বনাথৰ তিনিখুটি ,বাতাছিপুৰ-ঢেকিয়াজুলি -শোণিতপুৰ,আদি অঞ্চলৰ পৰা আম...
23/12/2024

#আজি এক কলা দিন🏴
২০১৪ চনৰ 23 ডিচেম্বৰ আজিৰ দিনটোতে বিশ্বনাথৰ তিনিখুটি ,বাতাছিপুৰ-ঢেকিয়াজুলি -শোণিতপুৰ,আদি অঞ্চলৰ পৰা আমাৰ জনগোষ্ঠীৰ লোকসকলক অতি নৃশংস ভাবে উগ্ৰপন্থী NDFB(S)য়ে হত্যা কৰিছিল।।
এই ঘটনা ইমানেই নৃশংস আৰু অমানৱীয় আছিল যে
কণ কণ ল'ৰা ছোৱালী আদি কৰি কৰি বৃদ্ধলৈকে প্ৰাণ হেৰুৱাব লগা হৈছিল।।NDFB(S )য়ে নিৰ্বিচাৰ গুলি চালনা কৰিয়ে শান্ত হোৱা নাছিল ঘৰবোৰ অগ্নিসংযোগ কৰি জ্বলাই দিছিল।এই ঘটনা ইমানেই নৃশংস, অমানৱীয়, বৰ্বৰ, মৰ্মান্তিক আছিল যে তাৰ কথা ভাৱিলে আজিও বুকুখন বেদনাত কান্দি উঠে।।আজি সেই ঘটনা সংঘটিত কৰা নৰখাদক,হত্যাকাৰী,নৰ-পিশাচ,দুধৰ্ষ উগ্ৰপন্থী NDFB(S)চৰকাৰৰ লগত আলোচনাত বহি নিজৰ অধিকাৰ আৰু সাহায্য দুয়োটাই লাভ কৰি নিজক সংস্থাপিত কৰিলে কিন্তু সেই ভুক্তভোগী সকলে কিন্তু আজিও ন্যায় নাপালে ।।সেই দিন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ কাৰোবাক হত্যাকৰি নিজৰ অধিকাৰ প্ৰাপ্তি কৰিব বিচৰাটো কেতিয়াও ন্যায় হ'ব নোৱাৰে।।
আজি সেই # কলা #দিন🏴 আদিবাসীয়ে সহজ সৰল ভাৱে পাহৰিব পাৰা নাই।
সদৌ অসম আদিবাসী ছাত্র সন্হা(আছা)ই এই দিনক ক'লা দিন হিচাপে পালন কৰি সেই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ ন্যায় বিচাৰি বন্তি প্ৰজ্বলন কৰে।।

✊

Address

Moran
Moranhat

Website

Alerts

Be the first to know and let us send you an email when Jayanta munda posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share