20/09/2026
আজি ইংৰাজী 20 চেপ্তেম্বৰ দেউবাৰে আগছু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে অহা 21আৰু 22 নবেম্বৰ তাৰিখে তিহাৰ সন্মিলন ঝলম ৰঙাগড়া খেলপথাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হল ।
ধন্যবাদ
জয় গোৰ্খা।