বৃহত্তৰ আমৰাংগা বৰিহাট শাখা ছাত্ৰ সন্থা

  • Home
  • India
  • Mirza Pahar
  • বৃহত্তৰ আমৰাংগা বৰিহাট শাখা ছাত্ৰ সন্থা

বৃহত্তৰ আমৰাংগা বৰিহাট শাখা ছাত্ৰ সন্থা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বৃহত্তৰ আমৰাংগা বৰিহাট শাখা ছাত্ৰ সন্থা, Community Organization, বৰিহাট, Mirza Pahar.

11/02/2026

আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা চলি থকা সময়তে ৰাজপথেৰে অহৰহ পাৰ হৈছে চোৰাং মাটি ভৰ্তি ট্ৰাক । যিকোনো মুহূর্তত দুৰ্ঘটনা হ'ব পাৰে বৰিহাটৰ ৰাজপথত । কিন্তু এইবোৰ দৃশ্য দেখিও নেদেখাৰ ভাও ধৰিছে পলাশবাৰীৰ প্ৰশাসনে । প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুন্ন আমৰাঙ্গা বৰিহাট শাখা ছাত্ৰ সন্থা । শীঘ্ৰেই মাটিৰ ডাম্পাৰ তথা স্থানীয় প্রশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি সাজু হম ।

চিৰ বৰেণ্য শিল্পী সুধাকণ্ঠ *ড° ভূপেন হাজৰিকা* দেৱৰ জন্ম শত বার্ষিকী উপলক্ষে আজি বৃহত্তৰ আমৰাংগা বাৰিহাট শাখা ছাত্ৰ সন্থা...
08/09/2025

চিৰ বৰেণ্য শিল্পী সুধাকণ্ঠ *ড° ভূপেন হাজৰিকা* দেৱৰ জন্ম শত বার্ষিকী উপলক্ষে আজি বৃহত্তৰ আমৰাংগা বাৰিহাট শাখা ছাত্ৰ সন্থাৰ প্ৰাংগনত এগছি চাকি জ্বলায় তেখেতক শ্রদ্ধাঞ্জলি প্ৰদান কৰা হয় ।

জয় আই অসম

আজি ১০/৮/২০২৫ তাৰিখ দেওবাৰে বৃহত্তৰ আমৰাঙ্গা বৰিহাট শাখা ছাত্ৰ সন্থা আৰু সচেতন নাগৰিক মঞ্চঃ বৰিহাটৰ উদ্যেগত নাগৰিকত্ব সং...
10/08/2025

আজি ১০/৮/২০২৫ তাৰিখ দেওবাৰে বৃহত্তৰ আমৰাঙ্গা বৰিহাট শাখা ছাত্ৰ সন্থা আৰু সচেতন নাগৰিক মঞ্চঃ বৰিহাটৰ উদ্যেগত নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধিতাৰ বিক্ষোভ কার্যসূচী

✊🏻
10/08/2025

✊🏻

বৃহত্তৰ আমৰাংগা বৰিহাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৯/০৮/২০২৫  ইং বৰ্ষৰ ""বিশেষ অভিনন্দন অনুষ্ঠান""ৰ কিছু মহূ...
10/08/2025

বৃহত্তৰ আমৰাংগা বৰিহাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৯/০৮/২০২৫ ইং বৰ্ষৰ ""বিশেষ অভিনন্দন অনুষ্ঠান""ৰ কিছু মহূৰ্ত।

দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি বেদব্রত দাস আৰু সম্পাদক চন্দন কলিতা ক বৃহত্তৰ আমৰাংগা বাৰিহাট শাখা  ছাত্ৰ...
02/09/2024

দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি বেদব্রত দাস আৰু সম্পাদক চন্দন কলিতা ক বৃহত্তৰ আমৰাংগা বাৰিহাট শাখা ছাত্ৰ সন্থাৰ পৰা আন্তৰিক অভিনন্দন।

11/08/2024
বৃহত্তৰ আমৰাংগা বৰিহাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ১০/০৮/২০২৪ ইং বৰ্ষৰ ""বিশেষ অভিনন্দন অনুষ্ঠান""ৰ কিছু মহূ...
10/08/2024

বৃহত্তৰ আমৰাংগা বৰিহাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ১০/০৮/২০২৪ ইং বৰ্ষৰ ""বিশেষ অভিনন্দন অনুষ্ঠান""ৰ কিছু মহূর্ত ।

বৃহত্তৰ আমৰাংগা-বৰিহাট শাখা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানৰ মুখ্য আকৰ্ষন "ৰাজশ্ৰী শইকীয়া"
07/08/2024

বৃহত্তৰ আমৰাংগা-বৰিহাট শাখা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানৰ মুখ্য আকৰ্ষন "ৰাজশ্ৰী শইকীয়া"

বৃহত্তৰ আমৰংগা বৰিহাট শাখা ছাত্ৰ সন্থাৰ "বিশেষ অভিনন্দন অনুষ্ঠান"লৈ আটাইকে নিমন্ত্ৰনী শৰাঁই আগবঢ়ালো ।
07/08/2024

বৃহত্তৰ আমৰংগা বৰিহাট শাখা ছাত্ৰ সন্থাৰ "বিশেষ অভিনন্দন অনুষ্ঠান"লৈ আটাইকে নিমন্ত্ৰনী শৰাঁই আগবঢ়ালো ।

Address

বৰিহাট
Mirza Pahar

Website

Alerts

Be the first to know and let us send you an email when বৃহত্তৰ আমৰাংগা বৰিহাট শাখা ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share