08/08/2026
আজি অসম দক্ষতা বিশ্ববিদ্যালয়ত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ আশাৰ প্ৰকল্প "পোহৰ"ৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত হয়। ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ পৰা ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পূৰ্ণকালীন বিনামূলীয়া প্ৰশিক্ষণৰ বাবে বাছনি কৰা হ'ব।
All Assam Students' Union - AASU Utpal Sarma Samiran Phukon পৰাগ চহৰীয়া Hridoy Baruah ৰাজু আপ্লুবায়ন Karabi Deka