নেমছু দৰং জিলা সমিতি

নেমছু দৰং জিলা সমিতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নেমছু দৰং জিলা সমিতি, Non-Governmental Organization (NGO), Mangaldai.

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে নেমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত বৃক্ষ ৰোপন আৰু জেষ্ঠ্য ব্যক্তি সকলৰ সম্বৰ্দ্ধন...
18/11/2025

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে নেমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত বৃক্ষ ৰোপন আৰু জেষ্ঠ্য ব্যক্তি সকলৰ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে।

ইয়াৰ দ্বাৰা জনোৱা হয় যে নেমছুৰ দৰং জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাকিব আহমেদ ( শিয়ালমাৰী) । সাংগঠনিক গোপনীয়তা ৰক্ষা ন...
15/11/2025

ইয়াৰ দ্বাৰা জনোৱা হয় যে নেমছুৰ দৰং জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাকিব আহমেদ ( শিয়ালমাৰী) । সাংগঠনিক গোপনীয়তা ৰক্ষা নকৰাৰ বাবে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নেমছুৰ পৰা বহিষ্কাৰ কৰা হল।
ইতি,
ছহিদুৰ ইছলাম।
সভাপতি দৰং নেমছু।

অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে নেমছুৰ দৰং জিলা সমিতিয়ে দৰঙৰ আৰক্ষী মহোদয় লৈ স্মাৰক পত্র প্ৰেৰণ কৰে।
14/11/2025

অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে নেমছুৰ দৰং জিলা সমিতিয়ে দৰঙৰ আৰক্ষী মহোদয় লৈ স্মাৰক পত্র প্ৰেৰণ কৰে।

Happy children day...
14/11/2025

Happy children day...

NEMSU ZINDABAAD
08/11/2025

NEMSU ZINDABAAD

05/11/2025

কাৰ্যনিৰ্বাহ সভাৰ জৰিয়তে পূৰ্ণাংগ কমিটি গঠন কৰা হব বুলি জানিবলৈ দিয়েঃ

যোৱা কালি খাৰুপেটীয়াৰ আসাম ক্লাৱত নেমছুৰ দৰং জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰে ১৬ টা ভোটৰ ...
04/11/2025

যোৱা কালি খাৰুপেটীয়াৰ আসাম ক্লাৱত নেমছুৰ দৰং জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰে ১৬ টা ভোটৰ ১২ টা ভোট লাভ কৰি নেমছুৰ দৰং জিলা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ধূলাৰ ছহিদুৰ ইছলাম। কাৰ্যকৰী সভাপতি বৰ্তমান লৈকে স্থগিত ৰখা হৈছে। সৰ্বসন্মতি মৰ্মে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত বাহাৰুল হক( বৰবাগান) আনজন হৈছে নুৰজামাল হক (বৰকুৰ)। উপ সভাপতিবৃন্দঃ ৰহিম আলী,(গৰাপুৰী), আব্দুল হাই ( ৰৌমাৰী) ফাইজুৰ ৰহমান ( বালাবাৰী), আইনুদ্দিন আহমেদ ( নাংলী) আদি মূল পদবী সমূহ কেন্দ্রীয় সমিতিয়ে কৰে।

04/11/2025
02/11/2025

21/10/2025

নেমছুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত অভায়পুখুৰী আঞ্চলিক সমিতিৰ শপত গ্রহণ।

নেমছুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত গৰাপুৰী শাখা সমিতি গঠন।
21/10/2025

নেমছুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত গৰাপুৰী শাখা সমিতি গঠন।

নেমছুৰ ধূলা আঞ্চলিক সমিতি গঠন।
06/10/2025

নেমছুৰ ধূলা আঞ্চলিক সমিতি গঠন।

Address

Mangaldai

Website

Alerts

Be the first to know and let us send you an email when নেমছু দৰং জিলা সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share