Pipirakuchi Milijuli Pragati Sangh

Pipirakuchi Milijuli Pragati Sangh Youth organisation. cultural,Games, singing, helping people Etc

পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘৰ উদ্যোগত আয়োজিত ২০২৬ বৰ্ষৰ ঈদ উৎসৱ উদযাপনৰ সম্বৰ্দ্ধনা অনুষ্ঠান তথা সাংস্কৃতিক অনুষ্ঠানৰ...
26/04/2026

পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘৰ উদ্যোগত আয়োজিত ২০২৬ বৰ্ষৰ ঈদ উৎসৱ উদযাপনৰ সম্বৰ্দ্ধনা অনুষ্ঠান তথা সাংস্কৃতিক অনুষ্ঠানৰ কিছু স্থিৰ ছবি।
জয়তু পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘ

পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘৰ প্ৰাংগণত ৭৭ তম গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন ( unflur) কৰাৰ লগতে দিনযোৰা...
30/01/2026

পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘৰ প্ৰাংগণত ৭৭ তম গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন ( unflur) কৰাৰ লগতে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। উক্ত কাৰ্যসূচীত নেইমচু, উপ-সভাপতি, আফিছ নুৰ খানদেৱে পতাকা উত্তোলন কৰে। লগতে সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী তথা ছিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ড. জয়নাথ শৰ্মা ডাঙৰীয়া।

"ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন....."প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু , জাতিতোৰ অফুৰন্ত প্ৰেমিক জুবিন গাৰ্গৰ আকস্মিক বিয়োগ...
19/09/2025

"ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন....."

প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু , জাতিতোৰ অফুৰন্ত প্ৰেমিক জুবিন গাৰ্গৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। তেখেতৰ আত্মাৰ সদগতিৰ হকে পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ ।

সহশ্ৰ শ্বহীদৰ বলিদান আৰু অশেষ চেষ্টা তথা আন্দোলনৰ ফলস্বৰূপে ১৯৪৭ চনৰ আজিৰ এই ১৫ আগষ্ট দিনটোতেই আমাৰ আপোন দেশ ভাৰতবৰ্ষই ই...
15/08/2025

সহশ্ৰ শ্বহীদৰ বলিদান আৰু অশেষ চেষ্টা তথা আন্দোলনৰ ফলস্বৰূপে ১৯৪৭ চনৰ আজিৰ এই ১৫ আগষ্ট দিনটোতেই আমাৰ আপোন দেশ ভাৰতবৰ্ষই ইংৰাজৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেই মহান শ্বহীদসকললৈ শত কোটি প্ৰনাম। বিগত বৰ্ষবোৰৰ দৰেই এইবেলিও পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘই ৭৯ তম স্বাধীনতা দিৱস উদযাপন কৰে। উক্ত কাৰ্য্যসূচীত সংঘৰ সমূহ বিষয়ববীয়া, কৰ্মকৰ্তা তথা স্থানীয় ৰাইজৰ লগতে কণ কণ শিশুসকলেও অংশগ্ৰহণ কৰে। উক্ত কাৰ্য্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰইনাকুছি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ মইনুল হক চৌধুৰীয়ে।

নিজ বৰমপুৰ ফুটবল ক্লাবৰ উদ্যোগত আয়োজিত দশম বাৰ্ষিক চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত পিপি...
14/04/2025

নিজ বৰমপুৰ ফুটবল ক্লাবৰ উদ্যোগত আয়োজিত দশম বাৰ্ষিক চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘই জোন জ্যোতি আঞ্চলিক প্ৰগতি সংঘৰ বিপক্ষে ট্ৰাইবেকাৰ পদ্ধতিৰে ৪-২ গʼলত জয়লাভ কৰে।⚽⚽⚽

পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘৰ উদ্যোগত আয়োজিত ঈদ উৎসৱ ২০২৫ কিছু মুহুত্ব। কাৰ্য্যসূচী খিনি সুচাৰুৰূপে চলাই নিয়াৰ সংঘৰ ...
06/04/2025

পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘৰ উদ্যোগত আয়োজিত ঈদ উৎসৱ ২০২৫ কিছু মুহুত্ব। কাৰ্য্যসূচী খিনি সুচাৰুৰূপে চলাই নিয়াৰ সংঘৰ সমূহ বিষয়ববীয়া তথা সদস্যবৃন্দক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘৰ উদ্যোগত ঈদ উৎসৱ ২০২৫ উদযাপনৰ প্ৰস্তুতিৰ কিছু মূহুৰ্ত।👍👍👍
06/04/2025

পিপিৰাকুছি মিলিজুলি প্ৰগতি সংঘৰ উদ্যোগত ঈদ উৎসৱ ২০২৫ উদযাপনৰ প্ৰস্তুতিৰ কিছু মূহুৰ্ত।👍👍👍

Address

Mangaldai

Opening Hours

Monday 10am - 4pm
Tuesday 10am - 4pm
Wednesday 10am - 4pm
Thursday 10am - 4pm
Friday 10am - 3pm
Saturday 10am - 3pm

Telephone

+919101411860

Website

Alerts

Be the first to know and let us send you an email when Pipirakuchi Milijuli Pragati Sangh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share