তৰুণ ক্লাৱ ,গোৱাল গাঁও

  • Home
  • India
  • Majuli
  • তৰুণ ক্লাৱ ,গোৱাল গাঁও

তৰুণ ক্লাৱ ,গোৱাল গাঁও নামনি মাজুলীৰ একমাত্ৰ সৰ্ববৃহৎ যুৱানুষ্ঠান ……"তৰুণ ক্লাৱ"

১৯৯০-৯১ বৰ্ষত জন্ম লাভ কৰা অনুষ্ঠান টি জন্মলগ্নৰে পৰা সাহিত্য,সংস্কৃতি,খেল সকলো দিশতে তথা বিভিন্ন ধৰণৰ জন কল্যাণ মুখী কাৰ্যৰ লগত জড়িত হৈ অহাৰ লগতে বৃহত্তৰ নামনি মাজুলীবাসীৰ হকে সদায় মাত মাতি আহিছে ।১৬ বছৰৰ পৰা৩৫ বছৰ বয়সলৈকে প্ৰায় অৰ্ধ শতাধিক যুৱক-যুৱতি এই ক্লাৱৰ সদস্য ।

নামনি মাজুলী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, গোৱাল গাঁও তথা নামনি মাজুলীৰ বিশিষ্ট সমাজকৰ্মী অনিল বৰা ছাৰৰ মৃত্যুৰ...
10/06/2026

নামনি মাজুলী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, গোৱাল গাঁও তথা নামনি মাজুলীৰ বিশিষ্ট সমাজকৰ্মী অনিল বৰা ছাৰৰ মৃত্যুৰ খৱৰে আমাক মৰ্মাহত কৰিছে।ছাৰৰ আত্মাৰ চিৰশান্তি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ তৰুণ ক্লাবৰ তৰফৰ পৰা গভীৰ সমৱেদনা জ্ঞাপন কৰিছো।

চ'তে গৈয়ে গৈয়ে ব'হাগে পালেহি ফুলিলে ভেবেলীলতা কৈ থাকোঁ মানে ওৰকে নপৰে ৰঙালী বিহুৰে কথা'ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হি...
15/04/2026

চ'তে গৈয়ে গৈয়ে
ব'হাগে পালেহি
ফুলিলে ভেবেলীলতা
কৈ থাকোঁ মানে
ওৰকে নপৰে
ৰঙালী বিহুৰে কথা'

ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।

14/04/2026

Address

গোৱাল গাঁও, মাজুলী
Majuli
785104

Website

Alerts

Be the first to know and let us send you an email when তৰুণ ক্লাৱ ,গোৱাল গাঁও posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share