TMPK গেজেৰা আঞ্চলিক সমিতি

  • Home
  • India
  • Majuli
  • TMPK গেজেৰা আঞ্চলিক সমিতি

TMPK গেজেৰা আঞ্চলিক সমিতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from TMPK গেজেৰা আঞ্চলিক সমিতি, Youth Organization, Gezera, Majuli.

11/08/2026
✊
06/08/2026

✊

06/08/2026
“MIRI” ৰ পৰা “MISING” লৈ সংবিধানিক স্বীকৃতিৰ দিশত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি ..      মিচিং জনগোষ্ঠীৰ বহুদিনীয়া আশা-আকাংক্ষ...
06/08/2026

“MIRI” ৰ পৰা “MISING” লৈ সংবিধানিক স্বীকৃতিৰ দিশত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি ..
মিচিং জনগোষ্ঠীৰ বহুদিনীয়া আশা-আকাংক্ষাৰ দিশত এক ইতিবাচক আৰু তাৎপৰ্যপূৰ্ণ পদক্ষেপ হিচাপে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (Plain) বিভাগে ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়লৈ সংবিধানৰ অনুসূচিত জনজাতি (Scheduled Tribes) আদেশ, ১৯৫০-ত অন্তৰ্ভুক্ত “MIRI” নামটো সংশোধন কৰি “MISING” কৰাৰ বাবে যোৱা ৩ আগষ্ট, ২০২৬ তাৰিখে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, যোৱা ৮ জুন, ২০২৬ তাৰিখে “Miri to Mising” সংশোধনী সম্পৰ্কীয় ফাইলখন Anthropological Survey of India ৰ মুখ্য কাৰ্যালয়ৰ পৰা অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (Plain) বিভাগলৈ প্ৰেৰণ কৰা হৈছিল। তাৰ পিছতেই প্ৰয়োজনীয় প্ৰশাসনিক প্ৰক্ৰিয়া সম্পন্ন কৰি ৰাজ্য চৰকাৰে বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাবে আগবঢ়াইছে, বৰ্তমান ভাৰত চৰকাৰে বিষয়টি অতি গুৰুত্ব আৰোপ কৰিছে বুলি জানিব পৰা গৈছে । আমি সম্পূর্ণ আশাবাদী যে ভাৰত চৰকাৰে অতি শীঘ্ৰেই এই প্ৰস্তাৱৰ ওপৰত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰি সংবিধানত “Mising” নামটোক যথোচিত আৰু মৰ্যাদাপূৰ্ণ স্বীকৃতি প্ৰদান কৰিব।
Mising Réngam Irroí✊

TMPK (All Mising Student's Union)
TMPK, Silapathar District Committee
Tilak Doley
Takam Mising Porin Kébang - TMPK All Mising Students' Union

💚
04/08/2026

💚

এছিয়াৰ সবাতোকৈ পুৰণি তথা ঐতিহ্যমণ্ডিত ফুটবল ৰণংগন ড্যুৰাণ্ড কাপ ৰ গ্ৰুপ-ডি'ৰ এক উত্তেজনাপূৰ্ণ যুঁজত জনাইৰ সু-সন্তান মৃদু...
04/08/2026

এছিয়াৰ সবাতোকৈ পুৰণি তথা ঐতিহ্যমণ্ডিত ফুটবল ৰণংগন ড্যুৰাণ্ড কাপ ৰ গ্ৰুপ-ডি'ৰ এক উত্তেজনাপূৰ্ণ যুঁজত জনাইৰ সু-সন্তান মৃদুল দলেৰ অসাধাৰণ ক্ৰীড়াশৈলী!

​Football Club Raengdai-ৰ হৈ খেলপথাৰত নামি মৃদুলে অৰ্জন কৰে এক আকৰ্ষণীয় 'হেট্ৰিক'। তেওঁৰ এই অনন্য ভৰিৰ যাদু আৰু লক্ষ্যভেদী প্ৰদৰ্শনৰ জৰিয়তেই দলটোৱে শক্তিশালী TRAU FC-ৰ বিৰুদ্ধে ৪-৩ গ'লৰ ব্যৱধানত এক হিয়া-কঁপোৱা, নাটকীয় বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয়।

​জনাইৰ পৰা ড্যুৰাণ্ড কাপৰ ৰণংগনলৈ— আপোনাৰ এই অবিস্মৰণীয় গতি আৰু সফলতাই সমগ্ৰ জাতিটোকে গৌৰৱান্বিত কৰি তুলিছে। ক্ৰীড়া জগতত সৃষ্টি কৰা এই চমকপ্ৰদ সফলতাৰ বাবে TMPK গেজেৰা আঞ্চলিক সমিতি ৰ তৰফৰ পৰা জনালোঁ অশেষ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ দিশে অগণন শুভকামনা!" 🏆👏

​অসমৰ ক্ৰীড়া আকাশত মৃদুল দলে এটি উজ্বল তৰা হৈ জিলিকি ৰওক!
Takam Mising Porin Kébang - TMPK All Mising Students' Union
Tilak Doley

❤
01/08/2026

❤

Address

Gezera
Majuli
785110

Telephone

+918638196118

Website

Alerts

Be the first to know and let us send you an email when TMPK গেজেৰা আঞ্চলিক সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to TMPK গেজেৰা আঞ্চলিক সমিতি:

Shortcuts

Share