03/06/2026
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়াৰ মাতৃ, আমাৰ আটাইৰে শ্ৰদ্ধাৰ প্ৰিয়দা গগৈ আইয়ে পুৱা ৬.২০ বজাত আমাক সকলোকে শোকাহত কৰি ইহ সংসাৰ ত্যাগ কৰে। সদ্য প্ৰয়াত প্ৰিয়দা গগৈ আই আছিল ত্যাগ আৰু সংগ্ৰামৰ এক জলন্ত উদাহৰণ। আমাক জাতীয় জীৱনৰ প্ৰতিটো সন্ধিক্ষণতে আইয়ে সাহস আৰু প্ৰেৰণা যোগাইছিল। আইৰ মৃত্যু এক অপূৰণীয় ক্ষতি।
Akhil Gogoi Papu Dutta পাপু দত্ত Nabadeep Borgohain fans