19/07/2021
তিৱা জাতিৰ গুৰি ধৰোতা ইন্দ্ৰসিং দেউৰী (ইদং আমচি)পৰিচয়ৰ শেষ ঠিকনাৰ সহধৰ্মিণীৰ চিৰ বিদায়ে আমাক বৰকৈ মৰ্মাহত কৰিলে😥। জাতিৰ ক্ষেত্ৰত আগবঢ়াই যোৱা অৰিহণাত মৃত ৰচন মিথি আমছিৰ পৰোক্ষভাৱে অৱদান জড়িত আছিল।
সেহেয়ে আমি সদৌ হোজাই জিলাৰ তিৱা ছাত্ৰ সন্থাৰ পৰা তেখেতৰ আত্মা সৎগতি পাৱৰ বাবে মনো প্ৰাৰ্থনাৰ লগতে বন্তি প্ৰজ্বলন কৰো। তেখেতৰ আত্মা স্বৰ্গ গমন কৰক ঔম শান্তি ঔম শান্তি।🙏🙏🙏