09/12/2025
❤️ #এই পাখন্দটোক ইমানেই ভাইৰেল কৰক ইমানেই শ্বেয়াৰ কৰক যাতে অসম চৰকাৰ তথা দল সংগঠনে পায় এই ভিডিঅটো, জুবিন দাৰ মৃত্যুক লৈ সি অশ্লীল ভাষাৰে গালি পাৰিছে আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ও বেয়াকৈ কয়, ইয়াৰ নাম:- মৃদুল ভূঞা ঘৰ:- লক্ষীমপুৰ নাৰায়ণ পুৰত, বৰ্তমান কৰ্মৰ সূত্ৰে বহিঃ ৰাজ্যত অৱস্থিত বুলি জনা যায়।🙏🙏🙏 অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক বহুত বেছিকৈ কিয়নো জুবিন দাক অপব্যৱহাৰ কৰিছে আমাক ন্যায় লাগে ✊✊✊ জয় জুবিন দা ✊✊জয় আই অসম