BTC Express

BTC Express BTC

16/03/2026
Adv Manas Sarania zindabad
15/03/2026

Adv Manas Sarania zindabad

13/03/2026

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দুদিনীয়া অসম ভ্ৰমণৰ সময়ছোৱাত ৰাজ্যখনৰ উন্নয়নক নতুন গতি প্ৰদান কৰি কেইবাটাও বৃহৎ আৰু অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ আৰু শিলান্যাস কৰা হ’ব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰায় ৪০ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰা হ’ব, যিয়ে অসমৰ আৰ্থ-সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই কাৰ্যসূচীৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে প্ৰায় ২২,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। এই এক্সপ্ৰেছৱে নিৰ্মাণ হ’লে বৰাক উপত্যকা আৰু ব্রহ্মপুত্ৰ উপত্যকাৰ মাজৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত আৰু দ্ৰুত হ’ব। ইয়াৰ উপৰিও কোকৰাঝাৰত ৰে'লৰ দবা নিৰ্মাণ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব আৰু লগতে তিনিখন নতুন ৰে’ল সেৱা মুকলি কৰিব। ইয়াৰ ফলত ৰাজ্যখনৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ লগতে স্থানীয় লোকৰ বাবে নতুন কর্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনৰ পথ-যোগাযোগ উন্নয়নৰ অন্যতম গুৰুত্বপূৰ্ণ আঁচনি অসম মালা প্রকল্পৰ শুভাৰম্ভণিও কৰিব। এই আঁচনিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ মাজত উন্নত পথ-সংযোগ স্থাপন কৰি বাণিজ্য-যাতায়াত আৰু সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰিব। তদুপৰি বিটিচিৰ ৬ খন দলঙৰ আধাৰশিলা স্থাপন কৰি অঞ্চলটোৰ লগতে ৰাজ্যখনৰ শক্তি খণ্ডৰ বাবে গুৰুত্বপূৰ্ণ কপিলী হাইড্র'পাৱাৰ প্ৰকল্প মুকলি কৰা হ’ব। এই ভ্ৰমণৰ সময়ছোৱাত সমাজৰ কল্যাণৰ দিশতো গুৰুত্ব আৰোপ কৰি প্ৰায় ৩.৫ লাখ চাহ শ্ৰমিক আৰু অন্যান্য লোকক ভূমি পট্টা প্ৰদান কৰা হ’ব। এই পদক্ষেপে বহুদিন ধৰি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থকা লোকসকলৰ জীৱনত এক নতুন আশা আৰু সুৰক্ষা প্ৰদান কৰিব৷ সামগ্ৰিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ভ্ৰমণ আৰু এই বৃহৎ উন্নয়নমূলক প্ৰকল্পসমূহে অসমৰ উন্নয়নৰ যাত্ৰাক নতুন মাত্ৰা প্ৰদান কৰিব।
Narendra Modi
Bharatiya Janata Party (BJP)
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Tamulpur District

https://www.facebook.com/share/1Fwvs2ckaB/
13/03/2026

https://www.facebook.com/share/1Fwvs2ckaB/

গোৰেশ্বৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্বত আগৱাঢ়ি আছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়া

Address

Kokrajhar
783370

Website

Alerts

Be the first to know and let us send you an email when BTC Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share