Karaitola unit committee NEMSU

Karaitola unit committee NEMSU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Karaitola unit committee NEMSU, Community Organization, Kokrajhar.

 #ফকিৰাগ্ৰাম আৰক্ষী চকীৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে কিছু বাৰ্তালাপ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ Fakiragram...
04/02/2024

#ফকিৰাগ্ৰাম আৰক্ষী চকীৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে কিছু বাৰ্তালাপ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ Fakiragram Ancholik Committee NEMSU ৰ তৰফৰ পৰা

Felicitation & Discussion with the Newly Appointed O/C Fakiragram Police Station by Fakiragram Ancholik Committee NEMSU

আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘূ ছাত্ৰ সন্থা   কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত ফকিৰাগ্রাম আঞ্চলিক সমিতিৰ উদ্যোগত ৭৭তম স্বাধী...
15/08/2023

আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘূ ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত ফকিৰাগ্রাম আঞ্চলিক সমিতিৰ উদ্যোগত ৭৭তম স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন ধৰণৰ খেল ধেমালিৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে আমাৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক, মফিজুল হক ডাঙৰীয়া, লগতে মুখ্য অতিথি হিচাপে ডক্টৰ হাসমত আলী,অধ্যাপক, ফকিৰাগ্রাম মহাবিদ্যালয়,
আব্দুল মালেক, প্ৰধান শিক্ষক,কৰাইতোলা কালী চৰণ নাথ এল.পি স্কুল।
ছলেমান শেখ, শিক্ষক। আৰু আমাৰ নেমছুৰ সৈনিক সকল লগতে বিশিষ্ট গণ্য মান্য ব্যক্তিসকল আৰু কন কণ ছাত্ৰ ছাত্ৰী সকল।

Org. By... Fakiragram Ancholik Committee NEMSU

03/08/2023

#বিটিচি উচ্ছেদ মানি লোৱা নহব।

আজি ৭:৫৫ বজাত Dy365ত উপস্থিত থাকিব আমাৰ নেমছুৰ সভাপতি Badrul Islam ডাঙৰীয়া।প্ৰসংগ - মঙ্গলদৈ মহৰ্ষি বিদ্যালয়ত বজৰং দলৰ অস...
01/08/2023

আজি ৭:৫৫ বজাত Dy365ত উপস্থিত থাকিব আমাৰ নেমছুৰ সভাপতি Badrul Islam ডাঙৰীয়া।
প্ৰসংগ - মঙ্গলদৈ মহৰ্ষি বিদ্যালয়ত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ।

 #মণিপুৰত শান্তি-সম্প্ৰীতি পুনৰ বৰ্তাই অনাৰ স্বাৰ্থত ৰাষ্ট্ৰপতি শাসনৰ দাবীত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিলৈ  #নেমছুৰ তৰফৰ পৰা...
21/07/2023

#মণিপুৰত শান্তি-সম্প্ৰীতি পুনৰ বৰ্তাই অনাৰ স্বাৰ্থত ৰাষ্ট্ৰপতি শাসনৰ দাবীত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিলৈ #নেমছুৰ তৰফৰ পৰা স্মাৰকপত্ৰ প্ৰেৰণ কৰোঁ। দুজনী ছোৱালীক উলংগ কৰি সমদল কৰা সকলক শাস্তি দিয়াৰ দাবী জনোৱা হয়।

Karaitola unit Committee Nemsu

 #হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক নম্বৰ অৰ্জন কৰি অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰা ঢেকীয়াজুলিৰ হৃদম ঠাকুৰীয়াক সম্ভৰ্ধ...
22/05/2023

#হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক নম্বৰ অৰ্জন কৰি অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰা ঢেকীয়াজুলিৰ হৃদম ঠাকুৰীয়াক সম্ভৰ্ধনা আৰু অভিনন্দন জনাওঁ।তাৰোপৰি সম্ভৰ্ধনা জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা শ্ৰীযুত ৰাণা প্রতাপ বৰুৱা, নেমছুৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সম্পাদক ছামছুল হক, শোণিতপুৰ জিলা সম্পাদক আজমল হুছেইন আৰু বহু বিষয়ববীয়া।

04/04/2023
 #আজি উত্তৰ-পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা  চমুতৈ নেমছু (NEMSU)ৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত সাপকাটা ৰওঁজাতুল উলুম হা...
04/04/2023

#আজি উত্তৰ-পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুতৈ নেমছু (NEMSU)ৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত সাপকাটা ৰওঁজাতুল উলুম হাফিজীয়া মাদ্ৰাছা প্ৰাঙ্গনত পৱিত্ৰ ৰমজান মাহ উপলক্ষে সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গেসাইগাওঁৰ MCLA সজল কুমাৰ সিংহ ডাঙৰীয়া,সাপকাটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিবা প্ৰসাদ কলিতা ডাঙৰীয়া,আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ডাঙৰীয়া,সাপকাটা অঞ্চলৰ মুৰব্বীসকলৰ লগতে কোকঝাৰা জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া সকল।উক্ত সমুহীয়া ইফতাৰত উপস্থিত থাকি আমাক উৎসাহিত কৰা প্ৰতিজন ব্যক্তিক কোকৰাঝাৰ জিলা নেমছুৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

13/03/2023

Address

Kokrajhar

Telephone

+919508278098

Website

Alerts

Be the first to know and let us send you an email when Karaitola unit committee NEMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Karaitola unit committee NEMSU:

Share