Helping hands foundation,singimari

Helping hands foundation,singimari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Helping hands foundation,singimari, Non-Governmental Organization (NGO), Singimari, Kokrajhar.

Putting hands together to helps others if possible (our main moto Plantation in the connection of new born baby) generally live shows musical night training program sports comedy traveling tourism games

https://www.facebook.com/amanur3

মানুহ জন দূৰ্ঘটনাগ্ৰস্ত হৈছে ফকিৰাগ্ৰামত বৰ্তমান কোকৰাঝাৰ লৈ গল পৰিচয় উদ্ধাৰ হোৱা নাই পৰিয়ালৰ বা ওচৰৰ মানুহক খবৰ জনাব ...
28/02/2026

মানুহ জন দূৰ্ঘটনাগ্ৰস্ত হৈছে ফকিৰাগ্ৰামত বৰ্তমান কোকৰাঝাৰ লৈ গল
পৰিচয় উদ্ধাৰ হোৱা নাই
পৰিয়ালৰ বা ওচৰৰ মানুহক খবৰ জনাব পাৰে



゚viralシ

23/02/2026

FOSSILS Band Live 📌📍📌



゚viralシ

Advertisement for Teachers BRPL Bongaigaon
11/02/2026

Advertisement for Teachers BRPL Bongaigaon

09/02/2026

কনোবাই ৰক্ত দান কৰিব নেকি ?
এজনী দুখীয়া মহিলাৰ ৰক্তৰ বিশেষ প্ৰয়োজন ৷যদি কনো সদাষয় ব্যক্তিয়ে উপকাৰ কৰে তেনেহলে এই নম্বৰটোত ফোন কৰক ..

9957703428
Atowar Ali. Fakiragram



22/01/2026

FOSSILS BAND Live Rupam Islam 📌📍📌



19/01/2026

FOSSILS BAND Rupam Islam Live




Share please কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ টোটপাৰা নিৱাসী মোৰ বন্ধু দীপক নাথৰ সন্তান স্বপনীল নাথ ওৰফে বুবুল কালি দিনৰ ১১ বজ...
19/01/2026

Share please
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ টোটপাৰা নিৱাসী মোৰ বন্ধু দীপক নাথৰ সন্তান স্বপনীল নাথ ওৰফে বুবুল কালি দিনৰ ১১ বজাৰ পৰা নিৰুদ্দেশ হৈছে। স্বপনীল এইবাৰ মেট্ৰিক পৰীক্ষাৰ্থী আছিল । মোৰ বন্ধু দীপক একেবাৰে ভাগি পৰিছে । শান্ত-শিষ্ট বুবুল ক'ত , কেনেকৈ ,কিয় নিৰুদ্দেশ হ'ল, সেয়া সাঁথৰ হৈ পৰিছে। লৰাটোৰ সন্ধান পালে অনুগ্ৰহ কৰি নিকটবৰ্তী থানা বা মোবাইল নম্বৰ 7002923931, 9957345380ত যোগাযোগ কৰিব।


নাম: স্বপনীল নাথ ওৰফে বুবুল
বয়স - ১৬ বছৰ
উচ্চতা - ৫'৮"(আনুমানিক)
গাৰ বৰণ - বগা ।
পিন্ধনত জাম্পাৰ , লংপেণ্ট আৰু লগত কলা ৰঙৰ বেগ আছে। লৰাটোৰ লগত মোবাইল নথকাৰ বাবে লোকেচন ট্ৰেচ কৰিব পৰা নাই।




হাঁহি-কান্দোন সুখ-দুখ আদিৰে জীৱনৰ বহুখিনি সময় বাগৰি গৈয়ে আছে কিন্তু পাৰ হৈ যোৱা দিনবোৰৰ সুমধুৰ স্মৃতি খিনি মনত জীয়াই ...
01/01/2026

হাঁহি-কান্দোন সুখ-দুখ আদিৰে জীৱনৰ বহুখিনি সময় বাগৰি গৈয়ে আছে কিন্তু পাৰ হৈ যোৱা দিনবোৰৰ সুমধুৰ স্মৃতি খিনি মনত জীয়াই ৰখাৰ এক প্ৰয়াস কৰিছো হে মাথোন যি কি নহওঁক জীৱনৰ আৰু এটা বছৰ পাৰ হল সেয়ে এই সেগতে সকলোলৈ নতুন বছৰ-2026 ৰ শুভেচ্ছা যাচিলো। নতুন বছৰত যাতে সকলোৰে সপোনবোৰ বাস্তবায়িত হয় তাৰে আশাৰে........

A prosperous
Happy New year 2026
To
All of You and Your Family Also.




10/11/2025

AIG Hospital Hyderabad














21/10/2025

RIP for The legend Comedian actor ASRANI ji of Bollywood

14/10/2025

Address

Singimari
Kokrajhar
783354

Alerts

Be the first to know and let us send you an email when Helping hands foundation,singimari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Helping hands foundation,singimari:

Share