14/10/2025
যোৱা 11/10/2025 ইং তাৰিখে সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ শেহতীয়া ফলাফলত ফকিৰাগ্ৰাম পুৰণি বজাৰৰ কাশেম আলীৰ ছোৱালী নাৰ্গীছ বেগম উৰ্ত্তীন হোৱাত আমি Habitat For Humanity NGOৰ (Fakiragram) তৰফৰ পৰা তাইক আৰু তাইৰ মাক-দেউতাক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ।