Moner Ali, President of GPP Foundation

Moner Ali, President of GPP Foundation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Moner Ali, President of GPP Foundation, Non-Governmental Organization (NGO), Gossaigaon, Kokrajhar.

Social Reformer & President of GPP Foundation
Ex-Executive Member of Assam State Committee NSSAA.I
Correspondent ASSAM PATRIKA&ne⁷ & News Axom
Ex-Vice President Gossaigaon Ancholic AAMSU
Advisor-Postal life Insurance Gossaigaon

17/09/2026

Moner Ali, President of GPP Foundation

14/09/2026

Happy Birthday

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (নেমছু) গোসাঁইগাঁও জিলা সমিতিৰ আদৰ্শ আৰু জনকল্যাণমূলক কাম-কাজত প্ৰভাৱান্বিত...
12/09/2026

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (নেমছু) গোসাঁইগাঁও জিলা সমিতিৰ আদৰ্শ আৰু জনকল্যাণমূলক কাম-কাজত প্ৰভাৱান্বিত হৈ সংগঠনটোত যোগদান কৰিলে দুজন উদীয়মান যুৱকে। গোসাইগাওঁ কামাৰপাৰা গাওঁৰ সমাজসেৱক তথা জি পি পি ফাউণ্ডেশ্বনৰ সদস্য মোবাৰক হুছেইন আৰু আব্দুল কালাম আজাদ নেমছুৰ কাম কাজৰ প্ৰতি আকৃষ্টহৈ আনুষ্ঠানিক ভাবে নেমছুত যোগদান কৰে ।

উক্ত যোগদান অনুষ্ঠানটিত উপস্থিত থাকে গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি ছাদ্দাম হুছেইন ডাঙৰীয়া, গোসাইগাওঁ ন্যায়ালয়ৰ অধিবক্তা তথা গোসাইগাওঁ জিলা সমিতিৰ উপ সভাপতি নিজামউদ্দিন আহমেদ আৰু জিলা সমিতিৰ অন্যান্য বিষয়ববীয়া সকলৰ লগতে দক্ষিণ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ সভাপতি ৰহম আলী ডাঙৰীয়া আৰু আঞ্চলিক সমিতিৰ অন্যান্য বিষয়াসকল।
দুয়োজনকে আন্তৰিক অভিন্দন ও শুভেচ্ছা ।

Address

Gossaigaon
Kokrajhar
783360

Telephone

+919957177753

Website

Alerts

Be the first to know and let us send you an email when Moner Ali, President of GPP Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Moner Ali, President of GPP Foundation:

Shortcuts

Share