संघे शक्ति युगे युगे

संघे शक्ति युगे युगे This page for Rashtriya Swayamsevak Sangh's Swayamsevak

20/09/2025
22/04/2025

जम्मू कश्मीर के पहलगाम में पर्यटकों पर हुआ नृशंस आतंकी हमला अत्यंत निंदनीय एवं संतापजनक है। हम घटना में मृत हुए सभी के प्रति श्रद्धांजलि अर्पित करते हैं तथा घायलों के शीघ्र स्वास्थ्य लाभ की कामना करते हैं। यह हमला देश की एकता व अखंडता पर प्रहार करने का दुःसाहस है। सभी राजनीतिक दल व संस्थाओं को सारे मतभेदों से ऊपर उठकर इसकी भर्त्सना करनी चाहिए। सरकार सभी पीड़ितों व उनके परिवारों की सहायता की आवश्यक व्यवस्था करे। तथा सरकार इस हमले के लिए ज़िम्मेदार लोगों को दंडित करने हेतु शीघ्र ही उचित कदम उठाए।

दत्तात्रेय होसबाले
सरकार्यवाह
राष्ट्रीय स्वयंसेवक संघ

21/03/2025

অখিল ভাৰতীয় প্ৰতিনিধি সভা - 2025
2024 চনৰ মাৰ্চ মাহৰ তুলনাত সংঘৰ স্থান, শাখা, মিলন আৰু মণ্ডলীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

30/11/2024

বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ তাৎক্ষণিক ভাবে বন্ধ কৰাৰ দাবী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যৱাহ দত্তত্ৰেয় হোছাবালেৰ

"ইস্কনৰ সন্ন্যাসী চিন্ময় কৃষ্ণ দাসক অন্যায় কাৰাবাসৰ পৰা মুক্তি দিয়ক"
৩০ নৱেম্বৰ: ইছলামিক মৌলবাদীসকলে বাংলাদেশত হিন্দু আৰু আন সকলো সংখ্যালঘুৰ ওপৰত কৰা আক্ৰমণ, হত্যা, লুটপাট, অগ্নিসংযোগ আৰু মহিলাৰ ওপৰত চলোৱা অমানৱীয় অত্যাচাৰ অত্যন্ত উদ্বেগজনক আখ্যা দিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ‌ই। আৰ এছ এছ-এ এই ঘটনাসমূহক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। বাংলাদেশৰ বৰ্তমানৰ চৰকাৰ আৰু অন্যান্য সংস্থাসমূহে এইবোৰ বন্ধ কৰাৰ পৰিৱৰ্তে কেৱল নীৰৱ দৰ্শক হৈ থকা কাৰ্যৰো কঠোৰ সমালোচনা কৰিছে সংঘৰ সৰকাৰ্যৱাহ দত্তাত্ৰেয় হোচৱালেয়ে । বাংলাদেশৰ হিন্দুসকলে তেওঁলোকৰ আত্মৰক্ষাৰ বাবে গণতান্ত্ৰিক পদ্ধতিত উত্থাপন কৰা কণ্ঠ দমন কৰিবলৈ, অন্যায় আৰু অত্যাচাৰৰ এক ক'লা যুগৰ সুচনা কৰিলে।
এনে শান্তিপূৰ্ণ প্ৰতিবাদত হিন্দুসকলক নেতৃত্ব দি থকা ইস্কনৰ সন্ন্যাসী চিন্ময় কৃষ্ণ দাসক কাৰাগাৰলৈ প্ৰেৰণ কৰাটো বাংলাদেশ চৰকাৰৰ এক অন্যায়মুলক পদক্ষেপ আখ্যা হোচাৱালেজীৰ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বাংলাদেশ চৰকাৰক বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে হোৱা অত্যাচাৰ তৎক্ষণাত বন্ধ কৰিবলৈ আৰু শ্ৰী চিন্ময় কৃষ্ণ দাসক কাৰাবাসৰ পৰা মুকলি কৰি দিবলৈ আহ্বান জনাইছে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই লগতে ভাৰত চৰকাৰক বাংলাদেশত হিন্দু আৰু আন সকলো সংখ্যালঘুৰ বিৰুদ্ধে হোৱা অত্যাচাৰ প্ৰতিৰোধৰ বাবে ইয়াৰ
প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আৰু ইয়াৰ সমৰ্থনত এক বিশ্বব্যাপী মতামত সৃষ্টি কৰিবলৈ অতি সোনকালে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
এই সংকটপূৰ্ণ সময়ত ভাৰত আৰু বিশ্ব সম্প্ৰদায় আৰু প্ৰতিষ্ঠানসমূহে বাংলাদেশৰ ভুক্তভোগীসকলৰ সৈতে থিয় দিব লাগিব আৰু বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে নিজ নিজ চৰকাৰৰ পৰা তেওঁলোকৰ সমৰ্থন আৰু সকলো সম্ভৱ প্ৰচেষ্টা দাবী কৰিব লাগিব। এই মত সৰকাৰ্যৱাহ দত্তাত্ৰেয় হোচৱালে জীৰ।

25/11/2024
09/08/2024

বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যৱাহ দত্তাত্ৰেয় হোসৱালেৰ বক্তব্য:


Address

Kharupetia, Darrang.
Kharupatia
POSTCODE

Alerts

Be the first to know and let us send you an email when संघे शक्ति युगे युगे posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share