Nagaon Jila Nirjatita Mahila Suraksha Samitee

Nagaon Jila Nirjatita Mahila Suraksha Samitee 07/01/2024

আমাৰ একতায়ে আমাৰ শক্তি...😊
20/04/2025

আমাৰ একতায়ে আমাৰ শক্তি...😊

লাচিত দিৱস উদযাপন 🙏🙏
24/11/2024

লাচিত দিৱস উদযাপন 🙏🙏

24/11/2024
আজি বৃক্ষৰোপন অনুষ্ঠানত..
14/09/2024

আজি বৃক্ষৰোপন অনুষ্ঠানত..

সকলোৰে উপস্থিতি কামনা কৰিলো 🙏🙏
13/09/2024

সকলোৰে উপস্থিতি কামনা কৰিলো 🙏🙏

আজি নগাঁও জিলা নিৰ্যাতিত মহিলা সুৰক্ষা সমিতিৰ দ্বাৰা নগাঁও কামপুৰত ধিংৰ জঘন্য কান্দৰ প্ৰতিবাদত এক প্ৰতিবাদী সভা আয়োজন ক...
25/08/2024

আজি নগাঁও জিলা নিৰ্যাতিত মহিলা সুৰক্ষা সমিতিৰ দ্বাৰা নগাঁও কামপুৰত ধিংৰ জঘন্য কান্দৰ প্ৰতিবাদত এক প্ৰতিবাদী সভা আয়োজন কৰা হয়,ইয়াত কামপুৰৰ বিশিষ্ট ব্যক্তি বিভুতি বৰঠাকুৰ দাদা আৰু প্ৰাক্তন ৱাৰ্ড কমিছনাৰ তথা বুথ সভাপতি ৰেনু লস্কৰ বাইদেউ উপস্থিত থাকে ।

24/08/2024

আজি নগাঁও জিলা নিৰ্যাতিতা মহিলা সুৰক্ষা সমিতি আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি অসম সংগঠনৰ দ্বাৰা নগাঁও জিলাৰ মাজমজিয়াত ধিংৰ জঘন্য কান্দৰ প্ৰতিবাদত এক সমদল উলিওয়া হয় ।

আজি নগাঁও জিলা নিৰ্যাতিত মহিলা সুৰক্ষা সমিতি আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি অসম সংগঠনৰ দ্বাৰা নগাঁও জিলাৰ মাজমজিয়াত ধিংৰ ...
24/08/2024

আজি নগাঁও জিলা নিৰ্যাতিত মহিলা সুৰক্ষা সমিতি আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি অসম সংগঠনৰ দ্বাৰা নগাঁও জিলাৰ মাজমজিয়াত ধিংৰ জঘন্য কান্দৰ প্ৰতিবাদত নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ মুখ্য আহ্বায়ক তথা সমাজকৰ্মী বৈকুণ্ঠ প্ৰিঞ্চ পাঠক দাদাৰ উপস্থিতিত এক সমদল উলিওয়া হয় ।

নমস্কাৰ,Nagaon Jila Nirjatita Mahila Suraksha Samitee (NJNMSS) ৰ তৰফৰ পৰা সকলোকে আমাৰ এই পেইজটোলৈ স্বাগতম জনালো । আশা ৰা...
10/08/2024

নমস্কাৰ,Nagaon Jila Nirjatita Mahila Suraksha Samitee (NJNMSS) ৰ তৰফৰ পৰা সকলোকে আমাৰ এই পেইজটোলৈ স্বাগতম জনালো । আশা ৰাখিছো আপোনালোক সকলোৱে আমাক সহায় সহযোগ আৰু আশীৰ্বাদ কৰি আমাৰ এই ধনাত্মক পদক্ষেপত আগুৱাই যোৱাত সহায় কৰেযেন..🙏🙏 (Registerd Ngo under Government)

Address

Borkula Road
Kampur
782426

Website

Alerts

Be the first to know and let us send you an email when Nagaon Jila Nirjatita Mahila Suraksha Samitee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share