হেঁপাহ - অন্য এক উদ্দেশ্যলৈ ।

  • Home
  • India
  • Kamakhya
  • হেঁপাহ - অন্য এক উদ্দেশ্যলৈ ।

হেঁপাহ - অন্য এক উদ্দেশ্যলৈ । সমাজৰ হিতাৰ্থে এখোজ।

আমাৰ প্ৰথম লক্ষ আৰু উদ্দেশ্য হৈছে মানুহক সদায় কৰা। সমাজৰ হিতাৰ্থে কাম কৰা। আপুনিও জড়িত হব পাৰে আমাৰ সৈতে। যদি আপুনি ইচ্ছুক তেন্তে যোগাযোগ কৰক।

Help him!
14/12/2024

Help him!





নলবাৰী'ৰ ছোৱালী তাই হিমাশ্রী কলিতা ! তাইৰ ১৯ দিনত তিনিটা Opreation হৈ গ'ল হাড়ৰ আৰু TOILET কৰা নাৰি ডাল একেবাৰে বেয়া হৈ...
21/08/2024

নলবাৰী'ৰ ছোৱালী তাই হিমাশ্রী কলিতা !
তাইৰ ১৯ দিনত তিনিটা Opreation হৈ গ'ল হাড়ৰ আৰু TOILET কৰা নাৰি ডাল একেবাৰে বেয়া হৈচি দেউতাকে কোৱা মতে! এতিয়া কথাটো হল তাই এতিয়া ICU ত আছে! তাই জীয়াৱ খুজিছে
তাই দৌৰিব খুজিছে, ঘৰখন একেবাৰে দুখীয়া ,
দেউতাকে হাজিৰা কৰে ঘৰৰ চবখিনি শেষ তাইৰ নামত এতিয়া আপোনালোক'ৰ হাতত হিমাশ্রী কলিতা আপোনালোক'ৰ ১০- ২০ টকাই
উশাহ হিমাশ্রী কলিতা'ৰ
একেবাৰে নিৰুপাই পৰিয়ালটো
অভাৱত পৰিনিত হৈ জীয়াই আছে!!!

Father Name : dhiren kalita !
Nmbr : 95777 8426
GPY NMBR : 95777 84268

( সংগ্ৰহ )

please provide at least Rs. 10-100. (whatever u want as per your financial condition)

we will share your name with our thanks letter.

share your payment screenshot in inbox. ( Please hide amount and personal details while sharing the screenshot)

Address

Kamakhya

Website

Alerts

Be the first to know and let us send you an email when হেঁপাহ - অন্য এক উদ্দেশ্যলৈ । posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to হেঁপাহ - অন্য এক উদ্দেশ্যলৈ ।:

Share