ABVP Jorhat District

ABVP Jorhat District •KNOWLEDGE •CHARACTER •UNITY OFFICIAL HANDLE OF AKHIL BHARTIYA VIDYARTHI PARISHAD, JORHAT DISTRICT

24/08/2026

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ সদস্য অভিযান বৰ্তমান সমগ্ৰ অসমৰ বিভিন্ন শৈক্ষিক প্রতিষ্ঠান সমূহত অনুষ্ঠিত হৈ আছে। এক ৰাষ্ট্ৰীয়তাবাদী ছাত্র সংগঠন হিচাপে সদায় ছাত্ৰ সমাজৰ মাজত থাকি ছাত্ৰ সমাজৰ বাবে কাম কৰা অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ বৃহত্তৰ পৰিয়ালটিৰ অংশ হ'বলৈ সকলোৰে প্ৰতি আহ্বান জনালোঁ।

ABVP Assam

যোৰহাট জিলাৰ বিভিন্ন মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২০২৬-২৭ বৰ্ষৰ সদস্যতা অভিযান।ABVP Assam
24/08/2026

যোৰহাট জিলাৰ বিভিন্ন মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২০২৬-২৭ বৰ্ষৰ সদস্যতা অভিযান।

ABVP Assam

ABVP মৰিয়নি মহাবিদ্যালয় গোটৰ দ্বাৰা শিৱসাগৰ জিলা নাজিৰা অঞ্চলৰ বান বিধ্বস্ত অঞ্চলত সেৱা কাৰ্য।°
31/07/2026

ABVP মৰিয়নি মহাবিদ্যালয় গোটৰ দ্বাৰা শিৱসাগৰ জিলা নাজিৰা অঞ্চলৰ বান বিধ্বস্ত অঞ্চলত সেৱা কাৰ্য।
°


বানপীড়িত ৰাইজৰ কাষত বিদ্যাৰ্থী পৰিষদ।সেৱাই আমাৰ সংকল্প, সমাজেই আমাৰ পৰিয়াল... অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট জিল...
26/07/2026

বানপীড়িত ৰাইজৰ কাষত বিদ্যাৰ্থী পৰিষদ।
সেৱাই আমাৰ সংকল্প, সমাজেই আমাৰ পৰিয়াল...


অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট জিলাৰ দ্বাৰা বানপীৰিত অঞ্চলৰ আশ্ৰয় শিৱিৰ সমূহত থকা লোক সকলৰ মাজত খাদ্য সমগ্ৰীৰ যোগান ধৰা হয় ...



যোৰহাট জিলাৰ তিতাবৰ স্থিত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত "ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস"ৰ লগত সংগতি ৰাখি কৃতি ব...
13/07/2026

যোৰহাট জিলাৰ তিতাবৰ স্থিত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত "ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস"ৰ লগত সংগতি ৰাখি কৃতি বিদ্যাৰ্থী সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

য'ত বৃহৎ তিতাবৰ অঞ্চলৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বৃহত্তৰ অঞ্চলটিৰ পাচ শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক নিজৰ মেধাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে যোৰহাট শাখাৰ দ্বাৰা 'কৃষ্ণকান্ত সন্দিকৈ শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা" প্ৰদান অনুষ্ঠান অনুষ...
10/07/2026

ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে যোৰহাট শাখাৰ দ্বাৰা 'কৃষ্ণকান্ত সন্দিকৈ শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা" প্ৰদান অনুষ্ঠান অনুষ্ঠিত আয়োজন কৰা হয়। য'ত বিশেষ ভাৱে উপস্থিত থাকে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ মাননীয় কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক তথা ৰাজ্যিক সাংগঠনিক সম্পাদক কমলেশ সিং ডাঙৰীয়াকে প্ৰমূখ্যে কৰি বহু কেইজন বিশিষ্ট ব্যক্তি।

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।° 📍 চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় প্ৰেক্ষাগৃহ, যোৰহাট
06/07/2026

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
°
📍 চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় প্ৰেক্ষাগৃহ, যোৰহাট

ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, যোৰহাট নগৰ শাখাৰ উদ্যোগত আয়োজন কৰা হৈছে “কৃষ্ণকান্ত স...
05/07/2026

ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, যোৰহাট নগৰ শাখাৰ উদ্যোগত আয়োজন কৰা হৈছে “কৃষ্ণকান্ত সন্দিকৈ শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা” প্ৰদান অনুষ্ঠান।

ABVP-ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী সন্মানীয় পবিত্ৰ মাৰ্ঘেৰিটা দেৱ।

আহক, এই প্ৰেৰণাদায়ক অনুষ্ঠানৰ অংশ হওঁ।

05/07/2026
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদযোৰহাট শাখাৰ‌ উদ্যোগত ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে "কৃষ্ণকান্ত সন্দিকৈ শ্ৰেষ্ঠ বিদ্যা...
03/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ
যোৰহাট শাখাৰ‌ উদ্যোগত

ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে

"কৃষ্ণকান্ত সন্দিকৈ শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা" প্ৰদান অনুষ্ঠান

তাৰিখ
বৃহস্পতিবাৰ, ২৪ আহাৰ ১৪৩৩ ভাস্কৰাব্দ
(৯ জুলাই, ২০২৬)

স্থান : চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় - প্ৰেক্ষাগৃহ , যোৰহাট

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when ABVP Jorhat District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP Jorhat District:

Shortcuts

Share