Kristir Kothia - NGO

Kristir Kothia - NGO Kristir Kothia is a registered organization under the Societies Registration Act XXI of 1860 with State Registration No.

RS/KAM/ and NITI Aayog Unique ID AS/2018/0196969. The organization is also empanelled with the Development Commissioner (Handicrafts)

নমস্কাৰ!'কৃষ্টিৰ কঠীয়া'ৰ উদ্যোগত আৰু 'সত্ৰীয়া সংগীত প্ৰশিক্ষণ কেন্দ্র, মাজুলী'ৰ সহযোগত আয়োজন কৰা হৈছে "মহাপুৰুষ শ্ৰীশ...
07/10/2026

নমস্কাৰ!

'কৃষ্টিৰ কঠীয়া'ৰ উদ্যোগত আৰু 'সত্ৰীয়া সংগীত প্ৰশিক্ষণ কেন্দ্র, মাজুলী'ৰ সহযোগত আয়োজন কৰা হৈছে "মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ঝুমুৰাৰ প্ৰশিক্ষণ কাৰ্যসূচী"।
​
​সত্ৰীয়া সংস্কৃতিৰ অনুৰাগী আৰু শিকিবলৈ আগ্ৰহী সকলোকে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সাদৰেৰে আহ্বান জনালোঁ।

​

🇮🇳 A GOLDEN BIRTHDAY FOR ASSAM’S PRIDE The entire Kristir Kothia - NGO family extends our warmest birthday wishes to Lov...
02/10/2026

🇮🇳 A GOLDEN BIRTHDAY FOR ASSAM’S PRIDE

The entire Kristir Kothia - NGO family extends our warmest birthday wishes to Lovlina Borgohain.

And what a way to celebrate it — a gold medal at the Asian Games! 🥇

With her historic victory in the women’s 75 kg boxing final today, Lovlina has once again made Assam and India proud, becoming only the second Indian woman boxer to win Asian Games gold after Mary Kom.

From Assam to the world, your journey continues to inspire countless young hearts.

Happy Birthday, Lovlina!
May every punch keep breaking barriers and every victory inspire a new generation. ❤️

— Kristir Kothia Family

On Gandhi Jayanti, we remember a man who showed the world that courage doesn’t always need a fist, and change doesn’t al...
02/10/2026

On Gandhi Jayanti, we remember a man who showed the world that courage doesn’t always need a fist, and change doesn’t always need violence.

His life reminds us: be the change, choose peace, and never lose faith in humanity.

Remembering Mahatma Gandhi. 🕊️

শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু,তাহান্ত বিনাই নাহি নাহি নাহি আমাৰ পৰম গুৰু।।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প...
21/09/2026

শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু,
তাহান্ত বিনাই নাহি নাহি নাহি আমাৰ পৰম গুৰু।।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত সেৱা অৰ্পণ কৰি কৰিছোঁ‌ 🙏

নমস্কাৰ!'কৃষ্টিৰ কঠীয়া'ৰ উদ্যোগত আৰু 'সত্ৰীয়া সংগীত প্ৰশিক্ষণ কেন্দ্র, মাজুলী'ৰ সহযোগত আয়োজন কৰা হৈছে "মহাপুৰুষ শ্ৰীশ...
17/09/2026

নমস্কাৰ!

'কৃষ্টিৰ কঠীয়া'ৰ উদ্যোগত আৰু 'সত্ৰীয়া সংগীত প্ৰশিক্ষণ কেন্দ্র, মাজুলী'ৰ সহযোগত আয়োজন কৰা হৈছে "মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ঝুমুৰাৰ প্ৰশিক্ষণ কাৰ্যসূচী"।

মহাপুৰুষ শ্ৰীশ্ৰী ​মাধৱদেৱৰ এই অপূৰ্ব সৃষ্টিৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে আমাৰ মাজত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব:
​শ্ৰীযুত হৰিচৰণ ভূঞা বৰবায়ন (সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক)

​ড° বিস্মিতা দত্ত (ভাৰত চৰকাৰৰ উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ 'যুৱ প্ৰতিভাৱান শিল্পী বঁটা'প্ৰাপক)
​
​সত্ৰীয়া সংস্কৃতিৰ অনুৰাগী আৰু শিকিবলৈ আগ্ৰহী সকলোকে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সাদৰেৰে আহ্বান জনালোঁ।

​

National Nutrition Month Celebration 2026 ​আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়(AAU)-ৰ College of Community Scienceত Nutri...
17/09/2026

National Nutrition Month Celebration 2026

​আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়(AAU)-ৰ College of Community Scienceত Nutrition Society of India (Jorhat Chapter) আৰু 'কৃষ্টিৰ কঠিয়া' (Jorhat Chapter) ৰ যৌথ উদ্যোগত "Nutrition Carnival 2026" সফলতাৰে অনুষ্ঠিত হৈ যায়।

​মহাবিদ্যালয়খনৰ Dean ড° মামণি দাস দেৱীয়ে "Creative Awareness Through Food Label Reading" বিষয়ক এটা বিশেষ session পৰিচালনা কৰে। ইয়াৰ জৰিয়তে খাদ্য সামগ্ৰীৰ label পঢ়ি সঠিক আৰু স্বাস্থ্যকৰ আহাৰ বাছনি কৰাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰা হয়।

​এই কাৰ্যসূচীত Army Public School আৰু Assam Ri**es Public School-ৰ প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে পুষ্টি পৰীক্ষা, সুষম আহাৰ প্ৰস্তুতকৰণ আৰু পুষ্টি বিষয়ক বিভিন্ন প্ৰতিযোগিতাত অতি উৎসাহেৰে ভাগ লয়।

​শিশুসকলক স্বাস্থ্যকৰ আহাৰ বাছনিৰ প্ৰতি সচেতন কৰাই আমাৰ মূল লক্ষ্য। এই কাৰ্যসূচীৰ অংশ হ’বলৈ পাই 'কৃষ্টিৰ কঠিয়া' পৰিয়াল নথৈ আনন্দিত।

​

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 'কৃষ্টিৰ কঠীয়া' ৰোগী পৰিচৰ্যাকাৰী জিৰণিগৃহত অনুষ্ঠিত শ্ৰীশ্ৰী গণেশ চতুৰ্থী পূজাৰ কিছু শুভ ...
14/09/2026

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 'কৃষ্টিৰ কঠীয়া' ৰোগী পৰিচৰ্যাকাৰী জিৰণিগৃহত অনুষ্ঠিত শ্ৰীশ্ৰী গণেশ চতুৰ্থী পূজাৰ কিছু শুভ মুহূৰ্ত। 🌸🙏✨

#𝐣𝐨𝐫𝐡𝐚𝐭

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ। निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥এই পৱিত্ৰ তিথিত সকলোৰে জীৱন সুখ, শান্তি, স...
14/09/2026

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥

এই পৱিত্ৰ তিথিত সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু নতুন আৰম্ভণিৰ আশীৰ্বাদে বিৰাজ কৰক।

গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা।

ইচ্ছুক সকলে যোগাযোগ কৰিব
13/12/2025

ইচ্ছুক সকলে যোগাযোগ কৰিব



Address

Kristir Kothia Bhawan, AAU Road, Lichubari-Jorhat
Jorhat
785001

Alerts

Be the first to know and let us send you an email when Kristir Kothia - NGO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Kristir Kothia - NGO:

Shortcuts

Share