ABVP Jorhat

ABVP Jorhat Official Facebook Handle of Akhil Bharatiya Vidyarthi Parishad Jorhat District.

আজি পুৱাই এক অতি দুসংবাদ লাভ কৰিলো যে আমাৰ তিতাবৰৰ নন্দ নাথ শইকীয়া মহাবিদ্যালয়ৰ সন্মানীয় উপ অধ্যক্ষা বাইদেউ দীৰ্ঘদিনৰ ...
22/10/2025

আজি পুৱাই এক অতি দুসংবাদ লাভ কৰিলো যে আমাৰ তিতাবৰৰ নন্দ নাথ শইকীয়া মহাবিদ্যালয়ৰ সন্মানীয় উপ অধ্যক্ষা বাইদেউ দীৰ্ঘদিনৰ পৰা ৰোগত আক্ৰান্ত হৈ আছিল আৰু শেষত আজি বাইদেউৱে চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা বিদাই মাগিলে । বাইদেউৰ এই আকস্মিক মৃত্যুত আমি অতি মৰ্মাহত হৈছো । লগতে বাইদেউৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলো

ঔমঃ শান্তি
ঔমঃ শান্তি
ঔমঃ শান্তি

Rakshabandhan celebration by ABVP JORHAT TOWN UNIT           ABVP Assam
09/08/2025

Rakshabandhan celebration by ABVP JORHAT TOWN UNIT

ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট নগৰ শাখাৰ এখন বৈঠক কালি বিদ্যাৰ্থী পৰিষদৰ যোৰহাট জিলা কাৰ্যালয়ত‌অনুষ্ঠিত হয়। য'ত ...
09/08/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট নগৰ শাখাৰ এখন বৈঠক কালি বিদ্যাৰ্থী পৰিষদৰ যোৰহাট জিলা কাৰ্যালয়ত‌অনুষ্ঠিত হয়। য'ত বিশেষ ভাৱে উপস্থিত থাকে বিদ্যাৰ্থী পৰিষদ বিভাগ সাংগঠনিক সম্পাদক জিতুমণি কলিতা।

📍 যোৰহাট

ABVP JORHAT BIBHAG TRANING CAMP WILL BE ORGANISED IN MARIANI AT MARIANI GIRLS' HIGH SCHOOL ON 28 OF JULY ...
24/07/2025

ABVP JORHAT BIBHAG TRANING CAMP WILL BE ORGANISED IN MARIANI AT MARIANI GIRLS' HIGH SCHOOL ON 28 OF JULY ...

কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI ৰ নেতাৰ ধৰ্ষণ কাৰ্য ঘটনা পোহৰলৈ অহাত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে যোৰহাট চহৰত ছাত্ৰ সংগঠ...
24/07/2025

কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI ৰ নেতাৰ ধৰ্ষণ কাৰ্য ঘটনা পোহৰলৈ অহাত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে যোৰহাট চহৰত ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে এক এক প্ৰতিবাদ সাব্যস্ত কৰে। ABVP Assam

10/07/2025
Akhil Bharatiya Vidyarthi Parishad Mariani Unit had successfully conducted a Flag Hosting program and Plantation drive i...
09/07/2025

Akhil Bharatiya Vidyarthi Parishad Mariani Unit had successfully conducted a Flag Hosting program and Plantation drive in MARIANI town on 9th July 2025 on the occasion of 77th Foundation day of ABVP and National Students Day in today's program the Mariani Unit President,Vice President and Secretary were present along with the presence of Vibhag Organising Secretary and District Convener


🚩

Today 06/07/25 sunday ABVP JORHAT TOWN UNIT organised a cloth donation drive with the students of ASSAM RIFLES PUBLIC SC...
06/07/2025

Today 06/07/25 sunday ABVP JORHAT TOWN UNIT organised a cloth donation drive with the students of ASSAM RIFLES PUBLIC SCHOOL (TAGORE HOUSE) in which our Kariyakartas donated clothes to the needed people and in the orphanage



ABVP Assam

Address

Suagpur Rd, Choladhara, Jorhat
Jorhat
785001

Alerts

Be the first to know and let us send you an email when ABVP Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP Jorhat:

Share