05/09/2025
🌟 JSVAA-ৰ হৈ আপোনালোক সকলোলৈ ধন্যবাদ 🌟
"প্ৰতিভা সন্ধানী পৰীক্ষা ২০২৫" সফল ৰূপে সম্পন্ন হোৱাৰ বাবে যিসকলে সহায়-সহযোগিতা আৰু উৎসাহ আগবঢ়াইছে, তেওঁলোক সকলোলৈ JSVAA-ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 🙏
পিতৃ-মাতৃ, ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱক আৰু বিদ্যালয় কৰ্তৃপক্ষ সকলোৰে সহযোগিতাৰ বাবে সকলো পৰীক্ষা কেন্দ্ৰত পৰীক্ষাটো সুব্যৱস্থিত আৰু মানসম্পন্নভাৱে সম্পন্ন কৰা সম্ভৱ হ'ল। বিশেষকৈ পৰীক্ষাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীক ধন্যবাদ, যাৰ উৎসাহ, শৃংখলাবদ্ধতা আৰু আগ্ৰহে এই অনুষ্ঠানটো আৰু অধিক সাফল্যমন্দিত কৰি তুলিলে। তোমালোকৰ উজ্জ্বল ভৱিষ্যৎৰ কামনাৰে JSVAA সদায় তোমালোকৰ সৈতে আছে। এই পৰীক্ষাটোৱে যেন তোমালোকক আগুৱাই যাবলৈ আৰু ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাই —এইয়াই আমাৰ আশা।
📢 গুৰুত্বপূৰ্ণ জাননী: পৰীক্ষাৰ ফলাফলৰ তাৰিখ অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব। অনুগ্ৰহ কৰি আমাৰ ফেচবুক পেজৰ লগত জড়িত হৈ থাকিব।
শ্ৰদ্ধাৰে আৰু কৃতজ্ঞতাৰে,
— JSVAA (Jonaki Sangha Vidyalay Alumni Association)
🌟 A Heartfelt Thank You from JSVAA 🌟
We extend our sincere gratitude to everyone who supported and helped make the "Talent Search Examination 2025" a memorable and successful event! 🙏
With the cooperation of all—students, parents, volunteers, and school authorities—we were able to conduct the exam smoothly and in a standardised manner across all designated centres.
A special thanks to all the students who participated with great spirit and discipline. Your presence and enthusiasm truly made this event meaningful.
We always wish you the very best for your future and hope this exam encourages you to aim higher and keep growing.
📢 Note: The result date will be updated soon. Stay connected with our page for further announcements.
With warm regards,
— Team JSVAA (Jonaki Sangha Vidyalay Alumni Association)