গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ যুৱ মঞ্চ,অসম

  • Home
  • India
  • Jorhat
  • গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ যুৱ মঞ্চ,অসম

গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ যুৱ মঞ্চ,অসম Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ যুৱ মঞ্চ,অসম, Community Organization, মঘাই ওজা কলাক্ষেত্ৰ, ৰোষেশ্বৰ বৰুৱা পথ, হাতীগড়, যোৰহাট, অসম, Jorhat.

গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসম'ৰ কলাক্ষেত্ৰ যুৱমঞ্চই অনুষ্ঠিত কৰা ১৮ বহাগ (১ মে , শনিবাৰ ২০২৬) ব'হাগী উৎসৱ সভাৰ কিছু ম...
07/05/2026

গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসম'ৰ কলাক্ষেত্ৰ যুৱমঞ্চই অনুষ্ঠিত কৰা ১৮ বহাগ (১ মে , শনিবাৰ ২০২৬) ব'হাগী উৎসৱ সভাৰ কিছু মূহুৰ্ত

02/05/2026

02/05/2026

গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসম আৰু কলাক্ষেত্ৰ যুৱ মঞ্চ সৌজন্যত তথা সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা বহাগী উৎসৱ ২০২৬ ৰ উদযাপন সমিতিৰ দ্বাৰা অনুস্থিত কৰা প্ৰতিযোগিতাৰ ফলা-ফল সমূহ হ'ল__

১) পেঁপা বাদন--
প্ৰথম- পাৰ্থ প্ৰতিম চাংমাই
দ্বিতীয় - বিভাস গগৈ

২) ঢোল বাদন --
প্ৰথম - সমীৰ কাশ্যপ
দ্বিতীয় - সৌৰভ বৰা
তৃতীয় - মৃগাংক দত্ত
বিচাৰকৰ বিশেষ বঁটা --
:দীপু বৰা
: দৰ্শন বৰুৱা

৩) মৌ কুঁৱৰী--
প্ৰথম - নিচু গগৈ
দ্বিতীয় - শিপ্লা চেতিয়া
তৃতীয় - আৰোহী বৰা

৪) সৰু বিহুৱতী --
প্ৰথম - চৰিকা কোঁৱৰ
দ্বিতীয় - শুভান্দিতা বৰদলৈ
তৃতীয় - আদৃষা মৌ কাশ্যপ
বিচাৰকৰ বিশেষ বঁটা --
: পাহি শইকীয়া
: অৱনিতা তাছা
: বৃষ্টি লেখা গগৈ
: আৰনা আৰিয়া গগৈ

সৃষ্টিশীল নৃত্য "ক" শাখা প্ৰতিযোগীৰ ফলাফল--
প্ৰথম - আৰাধ্য দেৱী
দ্বিতীয় - প্ৰিয়াংকু দত্ত
তৃতীয় - আদ্রিতা শইকিয়া
বিচাৰকৰ বিশেষ বঁটা--
:আয়ুশ্ৰী দুৱাৰা
: সংস্কৃতি লাহন
: নব্যা নাবেৰী বৰুৱা
: ক্ষীপ প্রতীম কাকতি

সৃষ্টিশীল নৃত্যৰ "খ" শাখা প্ৰতিযোগিতাৰ ফলাফল --
প্ৰথম - আয়ুক্ষা কন্দলী পাঠক
দ্বিতীয় : মনীষা গগৈ
তৃতীয় : হৰ্ষিতা বৰুৱা
বিচাৰকৰ বিশেষ বঁটা --
: প্ৰিঞ্চিপ্ৰিয়া বৰুৱা
:স্নেহা বৰা
: বিষ্ণপ্ৰসাদ গৌতম।

ধন্যবাদেৰে
উদযাপন সমিতি গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসম

02/05/2026

গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসম আৰু কলাক্ষেত্ৰ যুৱ মঞ্চ সৌজন্যত তথা সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা বহাগী উৎসৱ ২০২৬ ৰ উদযাপন সমিতিৰ দ্বাৰা অনুস্থিত কৰা "বৰ বিহুৱতী" আৰু "জেং বিহুৰ"প্ৰতিযোগীৰ সংখ্যা নূন্যতম হোৱাৰ বাবে আমি সেই দুখন প্ৰতিযোগিতা বাতিল কৰিলোঁ। লগতে বৰ বিহুৱতী প্ৰতিযোগিতা বাতিল হোৱাৰ বাবে "বিহুৱা" জন বাছনি কৰিব নোৱাৰিলোঁ তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। সেইবাবে যি সকল প্ৰতিযোগীয়ে আমাৰ এই প্ৰতিযোগিতা খনত অংশ গ্ৰহণ কৰিছিল,তেওঁলোকক আমি অংশ-গ্ৰহণকৰা মাচুল সমূহ আমি আপোনালোকক ঘূৰাই দিম বুলি আমি অৱগত কৰিলোঁ।
ধন্যবাদৰে
উদযাপন সমিতি মঘাই-
ওজা কলাক্ষেত্ৰ২০২৬

02/05/2026

প্ৰতিযোগিতাৰ ফলা ফল সমুহ সন্ধিয়া আজি ৭:০০ বজাত ঘোষণা কৰা হব

ইচ্ছুক প্ৰতিযোগী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ.6003596579,9678883095,9365681020 🙏🏻
27/04/2026

ইচ্ছুক প্ৰতিযোগী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ.
6003596579,9678883095,9365681020 🙏🏻

ইচ্ছুক প্ৰতিযোগী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ. তাৰিখ ১৭ বহাগ ২০২৬ ,স্থান গণশিল্পী মগাই ওজা কলাক্ষেত্ৰ অসম যোৰহাট600...
27/04/2026

ইচ্ছুক প্ৰতিযোগী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ. তাৰিখ ১৭ বহাগ ২০২৬ ,স্থান গণশিল্পী মগাই ওজা কলাক্ষেত্ৰ অসম যোৰহাট
6003596579,9678883095 🙏🏻

Sponsor us
17/04/2026

Sponsor us

সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল।স্থান:- গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ,যোৰহাট,অসম তাৰিখ:- ১৭ ...
13/04/2026

সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল।
স্থান:- গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ,যোৰহাট,অসম
তাৰিখ:- ১৭ আৰু ১৮ বহাগ ( ইং ০১ আৰু ০২মে ২০২৬)
শুক্ৰবাৰ আৰু শনিবাৰ

সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল।স্থান:- গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ,যোৰহাট,অসম তাৰিখ:- ১৭ ...
29/03/2026

সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল।
স্থান:- গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ,যোৰহাট,অসম
তাৰিখ:- ১৭ আৰু ১৮ বহাগ ( ইং ০১ আৰু ০২মে ২০২৬)
শুক্ৰবাৰ আৰু শনিবাৰ

Address

মঘাই ওজা কলাক্ষেত্ৰ, ৰোষেশ্বৰ বৰুৱা পথ, হাতীগড়, যোৰহাট, অসম
Jorhat
785101

Website

Alerts

Be the first to know and let us send you an email when গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ যুৱ মঞ্চ,অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share