15/04/2026
ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছাৰে
আদৰৰ বিহুটিয়ে আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল সুদৃঢ় কৰি সমাজলৈ কঢ়িয়াই আনক সমৃদ্ধি আৰু আনন্দৰ নতুন বতৰা।
Heartfelt wishes for Rongali Bihu and the Assamese New Year
May this beloved Bihu strengthen our ancestral bonds and bring new tidings of prosperity and joy to our society.