Seuj Sewa সেউজ সেৱা

Seuj Sewa সেউজ সেৱা Hi

দিপান্বিতাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁদীপাৱলী উদযাপনৰ সময়ত বিশেষকৈশিশুসকলৰ সৈতে সাৱধানতা অৱলম্বনকৰিবলৈ বিনম্ৰ অনুৰোধ...
24/10/2022

দিপান্বিতাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ

দীপাৱলী উদযাপনৰ সময়ত বিশেষকৈ
শিশুসকলৰ সৈতে সাৱধানতা অৱলম্বন
কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ ৷

আজি যোৰহাটৰ বৰভেটাত যোৰহাটৰ মাননীয় বিধায়ক শ্ৰী যুত হিতেন্দ্ৰ নাথ গোস্বামী দেৱে এটা অংগনবাডী কেন্দ্ৰ  মুকলি কৰে । আৰু এই...
23/10/2022

আজি যোৰহাটৰ বৰভেটাত যোৰহাটৰ মাননীয় বিধায়ক শ্ৰী যুত হিতেন্দ্ৰ নাথ গোস্বামী দেৱে এটা অংগনবাডী কেন্দ্ৰ মুকলি কৰে । আৰু এই অংগনবাডী কেন্দ্ৰৰ চৌহদত আমাৰ সেউজ সেৱাৰ পৰা 5 টা গছ পুলি ৰোপন কৰা হয় । ইয়াৰে এটা মাননীয় বিধায়ক মহোদয়ে ৰোপন কৰে ( Hitendra Nath Goswami )

আৰু বন্ধুসকল আপোনালোকে এইদৰে আমাক সদায় সহায় সহযোগ আৰু মৰম দি যাব, যাতে আমাৰ এই সেউজিকৰণ পৰিকল্পনাটো আৰু আগুৱাই নিব পাৰো ।
ধন্যবাদ ।

Seuj Sewa সেউজ সেৱা 🙏🏻🌳

22/10/2022

Tree Plantation By MLA Hitendra Nath Goswami🌳 (Seuj Sewa NGO)

আজি যোৰহাটৰ বৰভেটাত যোৰহাটৰ মাননীয় বিধায়ক শ্ৰী যুত হিতেন্দ্ৰ নাথ গোস্বামী দেৱে এটা অংগনবাডী কেন্দ্ৰ মুকলি কৰে । আৰু এই অংগনবাডী কেন্দ্ৰৰ চৌহদত আমাৰ সেউজ সেৱাৰ পৰা 5 টা গছ পুলি ৰোপন কৰা হয় । ইয়াৰে এটা মাননীয় বিধায়ক মহোদয়ে ৰোপন কৰে

আৰু বন্ধুসকল আপোনালোকে এইদৰে আমাক সদায় সহায় সহযোগ আৰু মৰম দি যাব, যাতে আমাৰ এই সেউজিকৰণ পৰিকল্পনাটো আৰু আগুৱাই নিব পাৰো ।
ধন্যবাদ ।

কাতি বিহুৰ শুভেচ্ছা যাছিলো সকলোকে 🙏🏻🌳
18/10/2022

কাতি বিহুৰ শুভেচ্ছা যাছিলো সকলোকে 🙏🏻🌳

18/10/2022

Address

Millon Nagar Jorhat
Jorhat
785001

Telephone

+919706205755

Website

Alerts

Be the first to know and let us send you an email when Seuj Sewa সেউজ সেৱা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Seuj Sewa সেউজ সেৱা:

Share