Monmohan Doley

Monmohan Doley Secretary TMPK Laimekuri Regional Committee 2022 -2025 2025-28

10/09/2026

Laimekuri Rest Camp Ba:tag Kébang

10/09/2026

মই এজন মিচিং জাতিৰ সৈনিক।মোৰ শিৰত মোৰ জাতিৰ গৌৰৱ,মোৰ হৃদয়ত মোৰ সংস্কৃতিৰ মৰম।মই মোৰ মাটি, জাতি,মোৰ ভাষা,কৃষ্টি -সংস্কৃতি আৰু মোৰ পৰিচয়ক সন্মান কৰোঁ।যিমানেই ধুমুহা আহক কিয় TMPK জাতীয় সংগঠন আৰু মিচিং জাতিক পাহৰি নাযাও কেতিয়াও পাহৰি নাযাওঁ।মই মিচিং,এয়াই মোৰ গৌৰৱ।মই TMPK জাতীয় সংগঠনৰ সংগঠক।মই মিচিং জাতিৰ স্বাৰ্থৰ কাৰণে তেজ দিব পাৰোঁ।
আমাৰ লক্ষ্য স্থান মিচিং জাতিৰ প্ৰাপ্য অধিকাৰ।

িচিং_জাতিৰ_এজন_সৈনিক।
Mg Monmohan Doley
সম্পাদক
TMPK লাইমেকুৰী আঞ্চলিক সমিতি

০৬ নং লালী তেলাম টাক সমষ্টিৰ ৰাইজৰ সহায় - সহযোগ কামনা কৰিলো। আপোনালোকে বহুমূলীয়া সহায় কৰক Mulakanta Pegu ডাঙৰীয়াক।Mu...
08/09/2026

০৬ নং লালী তেলাম টাক সমষ্টিৰ ৰাইজৰ সহায় - সহযোগ কামনা কৰিলো। আপোনালোকে বহুমূলীয়া সহায় কৰক Mulakanta Pegu ডাঙৰীয়াক।
Mula Kt Pegu Zindabad

সাংগঠনিক কাৰ্যসূচীৰ পৰা গুৰী অহাৰ মাজত লালী নদীৰ বুকুত ফটো এখন ললো।
04/09/2026

সাংগঠনিক কাৰ্যসূচীৰ পৰা গুৰী অহাৰ মাজত লালী নদীৰ বুকুত ফটো এখন ললো।

04/09/2026

একতাৰ শক্তিয়ে" অসম্ভৱকো সম্ভৱ কৰিব পাৰে— আজি এই চিৰন্তন সত্যটোৱেই প্ৰমাণিত হল।আমি আজি বহুতো সংগ্ৰামী নেতৃত্ব ও সতীৰ্থ একেলগে মিলি এখন গধুৰ নাও মাটিৰ পৰা টানি পানীত নমাই দিও।এখন ডাঙৰ আৰু গধুৰ নাও এজন বা দুজন মানুহে লৰাব নোৱাৰাক আমাৰ এই সম্মিলিত শক্তিয়ে নাৱৰ গধুৰ ওজনটোক সহজে অতিক্ৰম কৰি গধুৰ নাও খন মাটিৰ পৰা টানি পানীত নমাই দি সাংগঠনিক কৰ্মসূচীৰ লক্ষ্য স্থানত পাও।
Mulakanta Pegu Zindabad

04/09/2026

আজিৰ কিয়দংশ।

04/09/2026

#লাইমেকুৰীৰাগবাতাগসমটিলৈৰাওনা।
Mula Kt Pegu
Khemraj Lagachu
Bhubon Kuli
Ashini Patir
Rupsingh Doley

Address

Laimekuri
Jonai
787060

Website

Alerts

Be the first to know and let us send you an email when Monmohan Doley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share