31/07/2024
The 38th Half-Yearly Conference of North-East Ramakrishna Vivekananda Bhava Prachar Parishad-1 was held at Jagiroad Ramakrishna Sevashrama on July 28, 2024. Representatives of 35 Sevashramas attended the conference. In this regard, Jagiroad Ramakrishna Sevashrama organized a "Bhakta Sanmelan" on July 27, 2024. Revered Maharaj of Raiganj, West Bengal along with the revered Mjs of Guwahati, Shillong, Digboi and Narottam Nagar, Arunachal Pradesh blessed the occasion with their presence.
উত্তৰ-পূব ৰামকৃষ্ণ বিবেকানন্দ ভাৱপ্ৰচাৰ পৰিষদ-১ ৰ ৩৮ সংখ্যক অৰ্ধবাৰ্ষিক অধিৱেশন জাগীৰোড ৰামকৃষ্ণ সেৱাশ্ৰমত যোৱা ২৮ জুলাই ২০২৪ তাৰিখে অনুষ্ঠিত হয়। এই সন্মিলনত অসমৰ ৩৫ টা সেৱাশ্ৰমৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত জাগীৰোড ৰামকৃষ্ণ সেৱাশ্ৰমে ২৭ জুলাইত এক "ভক্ত সন্মিলন" ৰ আয়োজন কৰে। পশ্চিম বংগৰ ৰাইগঞ্জৰ পূজনীয় মহাৰাজৰ লগতে গুৱাহাটী, শ্বিলং, ডিগবৈ আৰু অৰুণাচল প্ৰদেশৰ নৰোত্তম নগৰৰ পূজনীয় মহাৰাজ সকলে তেওঁলোকৰ উপস্থিতিৰে অনুষ্ঠানটিক ধন্য কৰি তোলে।