Hindu Tiwa Kanthichuri Akurai Tokhra , Purvottar

Hindu Tiwa Kanthichuri Akurai Tokhra , Purvottar This is a Social Organisation who work for the development and security of society.

ঔঁম শান্তি ৷ভাৰতীয় জনতা যুৱ মৰ্চা মৰিগাঁও নগৰ মণ্ডলৰ প্ৰাক্তন সভাপতি তথা তিৱা সমাজৰ এজন আগৰণুৱা যুৱক হৃষিকেশ ল'ৰ' দেৱৰ ...
17/04/2025

ঔঁম শান্তি ৷
ভাৰতীয় জনতা যুৱ মৰ্চা মৰিগাঁও নগৰ মণ্ডলৰ প্ৰাক্তন সভাপতি তথা তিৱা সমাজৰ এজন আগৰণুৱা যুৱক হৃষিকেশ ল'ৰ' দেৱৰ যোৱা ১৫ এপ্ৰিলত ২০২৫ ত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত পৰলোক প্ৰাপ্তি ঘটে । তেখেতৰ মৃত্যুত তিৱা সমাজত এক গভীৰ শোকৰ ছাঁ বিয়পি পৰে । হিন্দু তিৱা কান্ঠিচুৰী আকুৰাই তখ্ৰা , পূৰ্ৱোত্তৰ সংগঠনৰ ফালৰ পৰা তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে ঘৰৰ পৰিবাৰলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হ’ল ৷

মৰিগাওঁ ETV Bharat ৰ সংবাদ কৰ্মী তথা সামাজিক সচেতন যুৱক কিশোৰ ডেকাৰজা ডাঙৰীয়াৰ যোৱা নিশা এক শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত...
13/04/2025

মৰিগাওঁ ETV Bharat ৰ সংবাদ কৰ্মী তথা সামাজিক সচেতন যুৱক কিশোৰ ডেকাৰজা ডাঙৰীয়াৰ যোৱা নিশা এক শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লোৱা খবৰটো পাই তিৱা সমাজৰ মাজত এক গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে ৷
প্ৰয়াত ডেকাৰজা ডাঙৰীয়াৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ শোকাগস্ত পৰিয়ালবৰ্গলৈ হিন্দু তিৱা কান্ঠিচুৰী আকুৰাই তখ্ৰা, পূৰ্ৱোত্তৰ সংগঠনৰ ফালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

।। ঔঁম শান্তি ।।

Address

Jagiroad
782410

Telephone

+917002696454

Website

Alerts

Be the first to know and let us send you an email when Hindu Tiwa Kanthichuri Akurai Tokhra , Purvottar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Hindu Tiwa Kanthichuri Akurai Tokhra , Purvottar:

Share