Assam society of Hyderabad

Assam society of Hyderabad Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam society of Hyderabad, Community Organization, road no 5, Hyderabad.

এই লৰা জন অসমৰ হয় বুলি কোনো কোনো লোকে WhatsApp যুগে জনাইছে কিন্তু তেওঁৰ পকেটত একো দকমেণ্ট পোৱা নাই।পাথানচেৰো ঘনপুৰ এৰিয়া...
20/07/2026

এই লৰা জন অসমৰ হয় বুলি কোনো কোনো লোকে WhatsApp যুগে জনাইছে কিন্তু তেওঁৰ পকেটত একো দকমেণ্ট পোৱা নাই।
পাথানচেৰো ঘনপুৰ এৰিয়াত মানুহ জনৰ মৃত দেহ পোৱা গৈছে।
যদি কোনো লোকে চিনি পায় জনাব🙏

এই মানুহ জন আজিৰ পৰা ডেৰ মাহ মানৰ আগতে কৰ্মসূত্ৰে গুৱাহাটীৰ পৰা কেৰেলালৈ গৈ থাকোঁতে ট্ৰেইনৰ পৰা মোবাইল আৰু বেগ সকলো হেৰা...
19/07/2026

এই মানুহ জন আজিৰ পৰা ডেৰ মাহ মানৰ আগতে কৰ্মসূত্ৰে গুৱাহাটীৰ পৰা কেৰেলালৈ গৈ থাকোঁতে ট্ৰেইনৰ পৰা মোবাইল আৰু বেগ সকলো হেৰাই ভুলকৰ্মে আহি হাইডৰাবাদ পায়হি।
আজি ডেৰ মাহে পৰিয়ালৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই আৰু ফোন কৰিবলৈও কাৰো ফোন নম্বৰ নাই।
বৰ্তমান তেখেতে নামপল্লী এখন হোটেলত কাম কৰি আছে আৰু ভালে আছে বুলি কিৰণ কুমাৰ নামৰ মানুহ এজনে ফোন কৰি জনাই।
গতিকে কোনো লোকে যদি মানুহজনৰ পৰিয়ালৰ কাৰোবাক চিনি পায় তেতিয়া হলে তলত দিয়া নম্বৰটোত যোগাযোগ কৰক।

নাম:- তৰুণী ৰয়
বয়স :- 45
ওদালগুৰি, 1 নং দিমাখুচি
8125266964
কিৰণ কুমাৰ

এই মানুহ জনৰ নাম শিৱ কান্ত দাস যোৱা কালি দুপৰীয়া 2 বজাত (Gachibowli) অঞ্জয় নগৰ নিজৰ ৰুমৰ পৰা দোকানলৈ যাওঁ বুলি ওলাই গল আ...
13/06/2026

এই মানুহ জনৰ নাম শিৱ কান্ত দাস যোৱা কালি দুপৰীয়া 2 বজাত (Gachibowli) অঞ্জয় নগৰ নিজৰ ৰুমৰ পৰা দোকানলৈ যাওঁ বুলি ওলাই গল আৰু তেতিয়াৰ পৰা ৰুমলৈ ঘূৰি অহা নাই। যদি কোনো লোকে মানুহজনক দেখা পাই তেতিয়া হলে তলত দিয়া নম্বৰটোত যোগাযোগ কৰিব 🙏🙏🙏
8135838036
8138060216
9346175031

15/04/2026
15/04/2026

আজি দ্বিতীয় দিনাৰ হুঁচৰি চলি আছে

14/04/2026

বহিঃৰাজ্যত নিজৰ সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস

14/04/2026

হুঁচৰি চলি আছে ৰাইজ আহিব লাগে

কুকিলকণ্ঠী আশা ভোচলে আৰু নাই 🙏আত্মাৰ সদগতি কামনা কৰিলোঁ 🙏🙏🙏
12/04/2026

কুকিলকণ্ঠী আশা ভোচলে আৰু নাই 🙏
আত্মাৰ সদগতি কামনা কৰিলোঁ 🙏🙏🙏

12/04/2026

জুবিন বিহিন প্ৰথমটো বিহু।বিহু বিহু একেবাৰে লগা নাই যদিও আমি গীতৰ মাজেৰে জুবিন দাক জীয়াই ৰাখিব লাগিব।
আমিও হাইদৰাবাদত বিহুটো উদযাপন কৰিম বুলি ভাবিছোঁ সেয়েহে ৰাইজৰ মতামত জানিব বিচাৰিছোঁ 🙏

Address

Road No 5
Hyderabad
500050

Telephone

+918978875031

Website

Alerts

Be the first to know and let us send you an email when Assam society of Hyderabad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Assam society of Hyderabad:

Shortcuts

Share