AAMSU HOJAI District

AAMSU HOJAI District All Assam Minorities Students' Union

আমছু কেন্দ্ৰীয় সমিতিৰ আহ্বানত অসমৰ বিভিন্ন জিলা সমিতিৰ লগতে আমছু হোজাই জিলা সমিতিৰ ২‌ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ...
15/09/2026

আমছু কেন্দ্ৰীয় সমিতিৰ আহ্বানত অসমৰ বিভিন্ন জিলা সমিতিৰ লগতে আমছু হোজাই জিলা সমিতিৰ ২‌ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

15/09/2026

আমছু হোজাই জিলাৰ সমিতিৰ অৱস্থান ধৰ্মঘট।

04/08/2026

কঠিয়াতলি ৰেঞ্জাৰ গিৰিছ বৰাৰ বিৰুদ্ধে এয়া নতুন অভিযোগ নহয়। বৈধ ব‍্যৱসায়িক হাৰাশাস্তি দিয়াৰ বহু অভিযোগ আছে।

কেতিয়া মাহদিন চালান নথকা গাড়ীও বৈধ হৈ যায়, অলৌকিক ক্ষমতা আছে ৰেঞ্জাৰ জনৰ।

04/08/2026
04/08/2026

টকা লাগে ৰেঞ্জাৰ গিৰিছ কুমাৰ বৰাৰ অন‍‍্যথা বৈধ হ'লেও অবৈধ বনাই দিব।

বিভাগীয় কৰ্তৃপক্ষই তদন্ত মৰ্মে বিহিত ব‍্যৱস্থা লৱলৈ আহ্বান জনালোঁ।

05/06/2026

Address

Hojai

Telephone

+919435741126

Website

Alerts

Be the first to know and let us send you an email when AAMSU HOJAI District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to AAMSU HOJAI District:

Shortcuts

Share