HASIB Foundation

HASIB Foundation HASIB(Human And Social Innovative Brilliance) Foundation is a registered NonGovernmental Organization
(1)

Wishing all the teachers a very Happy Teachers’ DayWith respect and gratitude,Human And Social Innovative Brilliance (HA...
05/09/2026

Wishing all the teachers a very Happy Teachers’ Day

With respect and gratitude,
Human And Social Innovative Brilliance (HASIB) Foundation
Non Governmental Organisation (NGO)
Hojai,Assam

কৃতজ্ঞতাআমাৰ প্ৰচেষ্টা আৰু সামাজিক পদক্ষেপক গুৰুত্বসহকাৰে স্থান দি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে কলংপা...
19/08/2026

কৃতজ্ঞতা
আমাৰ প্ৰচেষ্টা আৰু সামাজিক পদক্ষেপক গুৰুত্বসহকাৰে স্থান দি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে কলংপাৰ ৰ সমগ্ৰ সম্পাদকীয় পৰিয়াললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ এই উৎসাহ, সহযোগিতা আৰু ইতিবাচক প্ৰচাৰে আমাক সমাজৰ বাবে অধিক দায়িত্বশীলভাৱে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়।
হৃদয়ৰ পৰা ধন্যবাদ, ‘কলংপাৰ’ পৰিয়াল।
আপোনালোকৰ এই মৰম আৰু সহযোগিতা সদায় আমাৰ বাবে প্ৰেৰণা হৈ থাকিব।
ধন‍্যবাদ
প্ৰচাৰ সম্পাদক
HASIB Foundation

🇮🇳 Happy Independence Day 15th August 🇮🇳“Let us honour the sacrifices of our freedom fighters and continue working toget...
15/08/2026

🇮🇳 Happy Independence Day
15th August 🇮🇳
“Let us honour the sacrifices of our freedom fighters and continue working together for a stronger, kinder and better India.”
Jai Hind! 🇮🇳
Vande Mataram

07/08/2026

মানুহে মানুহৰ বাবে …..উজনি অসমত HASIB Foundation ৰ বান সাহায্য ।
উজনি অসম,৩ আগষ্ট: মানুহৰ দুৰ্দিনত মানুহৰ কাষত থিয় দিয়াৰ মহান উদ্দেশ্যে Human And Social Innovative Brilliance (HASIB) Foundation য়ে ৰাইজৰ সহযোগত উজনি অসমৰ বানপীড়িত লোকসকলৰ মাজত বান সাহায্য বিতৰণ কৰে।

আন্তৰিক কৃতজ্ঞতা।উজনি অসমৰ বানপীড়িত ভাই-ভনীসকলৰ মাজত HASIB Foundation ৰ তৰফৰ পৰা বান সামগ্ৰী বিতৰণ কাৰ্যসূচী সফলতাৰে সম...
04/08/2026

আন্তৰিক কৃতজ্ঞতা।
উজনি অসমৰ বানপীড়িত ভাই-ভনীসকলৰ মাজত HASIB Foundation ৰ তৰফৰ পৰা বান সামগ্ৰী বিতৰণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হ'ল।
এই মানৱীয় অভিযানত যিসকল দাতা,শুভাকাংক্ষী,আৰু সহায়কাৰীয়ে নিজৰ সামৰ্থ্য অনুসৰি আন্তৰিকভাৱে সহযোগিতাৰ হাত আগবঢ়াইছিল,তেওঁলোক সকলোলৈ আমাৰ অন্তৰৰ অন্তঃস্থলৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অমূল্য সহায় আৰু আস্থাৰ ফলতেই আমি বানপীড়িত বহু পৰিয়ালৰ কাষত থিয় দিবলৈ সক্ষম হ'লোঁ।
প্ৰতিটো দান,প্ৰতিটো সহযোগিতা আৰু প্ৰতিটো শুভেচ্ছাই কেৱল ত্ৰাণ সামগ্ৰী নহয়, দুৰ্যোগৰ মাজত সংগ্ৰাম কৰি থকা বহু পৰিয়াললৈ আশা,সাহস আৰু মানৱতাৰ এক উজ্জ্বল বাৰ্তা কঢ়িয়াই লৈ গৈছে।
এই মানৱীয় যাত্ৰাৰ কিছুমান মূল্যৱান মুহূৰ্ত আৰু স্মৃতি আপোনালোকৰ সৈতে ভাগ-বতৰা কৰাৰ উদ্দেশ্যে এই ফটোসমূহ পোষ্ট কৰা হ'ল। এইবোৰ কেৱল কিছুমান ছবি নহয় এয়া সহমৰ্মিতা,ঐক্য,দায়বদ্ধতা আৰু মানৱতাৰ জীৱন্ত প্ৰতিচ্ছবি।
আকৌ এবাৰ সকলো শুভাকাংক্ষী, দাতা আৰু সহায়কাৰীক আন্তৰিক ধন্যবাদ।
🤝 মানুহৰ বাবে, মানৱতাৰ বাবে।
ধন‍্যবাদ
Relief Managing Team
Human And Social Innovative Brilliance (HASIB) Foundation

আকৌ এবাৰ, আপোনালোক সকলোলৈ আমাৰ আন্তৰিক ধন্যবাদ। 🙏আপোনালোকৰ অকুণ্ঠ মৰম,সমৰ্থন,বিশ্বাস আৰু আস্থাই আমাক উজনি অসমৰ বানপীড়িত...
02/08/2026

আকৌ এবাৰ, আপোনালোক সকলোলৈ আমাৰ আন্তৰিক ধন্যবাদ। 🙏
আপোনালোকৰ অকুণ্ঠ মৰম,সমৰ্থন,বিশ্বাস আৰু আস্থাই আমাক উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত থিয় হ'বলৈ শক্তি আৰু সাহস যোগাইছে।
HASIB Foundation ৰ এই মানৱীয় অভিযান সফল কৰি তোলাত যি সকল দাতা,শুভাকাংক্ষী আৰু সহায়কাৰীয়ে নিজৰ মূল্যৱান অৱদান আগবঢ়াইছে,তেওঁলোক সকলোলৈ আমি হৃদয়ংগম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আমাৰ HASIB Foundation ৰ দল ইতিমধ‍্যে উজনি অসমলৈ ৰাওনা হ'ব আৰু সংগৃহীত বান সামগ্ৰী বানপীড়িত লোকসকলৰ মাজত বিতৰণ কৰিব।
ধন‍্যবাদ
Relief Managing Team
Human And Social Innovative Brilliance (HASIB )Foundation

আপোনালোকৰ অকুণ্ঠ সমৰ্থন আৰু সহায়ৰ বাবে আন্তৰিক ধন্যবাদ। 🙏উজনি অসমৰ বানপীড়িত ৰাইজৰ বাবে বান সংগ্ৰহ অভিযানত যি সকলে দান-...
01/08/2026

আপোনালোকৰ অকুণ্ঠ সমৰ্থন আৰু সহায়ৰ বাবে আন্তৰিক ধন্যবাদ। 🙏
উজনি অসমৰ বানপীড়িত ৰাইজৰ বাবে বান সংগ্ৰহ অভিযানত যি সকলে দান-বৰঙণি আৰু সহায়-সহযোগিতা আগবঢ়াইছে, তেখেতসকলক HASIB Foundation ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ এই মূল্যৱান সহায়ে উজনি অসমৰ দুৰ্দশাগ্ৰস্ত বহু পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব আৰু তেওঁলোকৰ দুৰ্দিনত এক আশাৰ পোহৰ কঢ়িয়াই আনিব।
আমাৰ HASIB Foundation ৰ দল অহা দেউবাৰ নিশা উজনি অসমলৈ ৰাওনা হ'ব আৰু সংগৃহীত বান সামগ্ৰী বানপীড়িত লোকসকলৰ মাজত বিতৰণ কৰিব।
মানৱতাৰ এই মহান কাৰ্যসূচীত আমাৰ সৈতে থিয় দিয়াৰ বাবে পুনৰ এবাৰ সকলোকে হৃদয়ংগম ধন্যবাদ। আপোনালোকৰ মৰম, আস্থা আৰু সহযোগিতাই আমাক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়ে।
🤝 মানৱতাৰ সেৱাত, একেলগে আগবাঢ়োঁ।

বান সাহায্য অভিযানৰ বাবে আপোনালোকৰ আন্তৰিক সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ।ধন‍্যবাদ
30/07/2026

বান সাহায্য অভিযানৰ বাবে আপোনালোকৰ আন্তৰিক সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ।
ধন‍্যবাদ

🌊 অসম বানপীড়িত সাহায্য অভিযান | উজনি অসম 🌊HASIB Foundation ৰ উদ্যোগত Upper Assam / উজনি অসম ৰ বানপীড়িত পৰিয়ালসমূহৰ বা...
27/07/2026

🌊 অসম বানপীড়িত সাহায্য অভিযান | উজনি অসম 🌊

HASIB Foundation ৰ উদ্যোগত Upper Assam / উজনি অসম ৰ বানপীড়িত পৰিয়ালসমূহৰ বাবে সাহায্য সামগ্ৰী বিতৰণ অভিযান চলি আছে।
আপোনাৰ সামান্য সহায়ে এজন অসহায় মানুহৰ বাবে নতুন আশাৰ পোহৰ হ'ব পাৰে।
আপোনালোকৰ সহায় যোগান ধৰিব পাৰে :—
🍚 খাদ্য সামগ্ৰী
💧 বিশুদ্ধ খোৱাপানী
🩺 চিকিৎসা সহায়
🧥 কাপোৰ আৰু কম্বল
🚤 উদ্ধাৰ আৰু ত্ৰাণ সেৱা
🤝 আহক,একেলগে থিয় হওঁ।
মানৱতা সকলোতকৈ ডাঙৰ।
📍 HASIB Foundation – For the One's in Need
📞 যোগাযোগ:
+91 +91 99576 07435
+91 8011630711
+91 70025 16142
+91 91012 70819
📲 অনুগ্ৰহ কৰি পোষ্টাৰত থকা QR Code স্কেন কৰি আপোনাৰ মূল্যৱান অনুদান আগবঢ়াওক।

ান_সাহায্য #শিৱসাগৰ #মানৱতা

আজি HASIB Foundation ৰ সদস‍্য সকলে Binnakandi Development Block ৰ Block Development Officer (BDO) মহোদয়ক সাক্ষাৎ কৰি সম্...
10/06/2026

আজি HASIB Foundation ৰ সদস‍্য সকলে Binnakandi Development Block ৰ Block Development Officer (BDO) মহোদয়ক সাক্ষাৎ কৰি সম্বৰ্ধনা জনোৱাৰ সৌভাগ্য লাভ কৰে।
এই সাক্ষাৎকাৰৰ সময়ত ফাউণ্ডেচনৰ আগন্তুক সামাজিক, পৰিৱেশ সংৰক্ষণমূলক আৰু সামুদায়িক উন্নয়নমূলক কাৰ্যসূচীসমূহৰ বিষয়ে এক গঠনমূলক আলোচনা অনুষ্ঠিত হয়। সমাজৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে আমাৰ পৰিকল্পনা আৰু ভৱিষ্যৎ দৃষ্টিভংগী তেখেতৰ সন্মুখত উপস্থাপন কৰা হয়।
BDO মহোদয়ে আগবঢ়োৱা উৎসাহ, মূল্যৱান পৰামৰ্শ আৰু সহযোগিতাৰ বাবে আমি আন্তৰিকভাৱে কৃতজ্ঞ। উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত তেখেতৰ ইতিবাচক মনোভাৱ আৰু দায়বদ্ধতা আমাৰ বাবে অত্যন্ত প্ৰেৰণাদায়ক।
ধন্যবাদ
Human And Social Innovative Brilliance (HASIB) Foundation,Borbali,Hojai, Assam

Address

HASIB Foundation
Hojai
782481

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 4pm
Wednesday 10am - 5pm
Thursday 10am - 4pm
Friday 10am - 4pm
Saturday 10am - 3pm

Telephone

+919394501310

Alerts

Be the first to know and let us send you an email when HASIB Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to HASIB Foundation:

Shortcuts

Share