24/08/2021
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শঙ্কৰদেৱ নগৰ শাখাৰ তৰফৰ পৰা 75তম স্বাধীনতা দিবস উপলক্ষে শঙ্কৰদেৱ নগৰ ক্ৰিয়াসন্থা খেলপথাৰত ভলিবল খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
সকলো দলসমূহক অংশগ্ৰহণ কৰিবলৈ সাদৰেৰে আমন্ত্ৰণ জনোৱা হ'ল।
*ঠিকানা: শঙ্কৰদেৱ নগৰ ক্ৰিয়াসন্থা খেলপথাৰ ( শঙ্কৰদেৱ নগৰ আৰক্ষী চকী ওচৰত)
*তাৰিখ:28/08/2021আৰু29/08/2021
#প্ৰথম পুৰস্কাৰ:-4,000 টকা লগত মানপ্ৰত trophy
*দ্বিতীয় পুৰষ্কাৰ:-1,000 টকা লগত মানপ্ৰত আৰু trophy
*ভৰ্তি মাছূল:- 400 টকা মাত্ৰ।
_খেলৰ নিয়মবোৰ:
১) খেলৰ সদস্য ৬ জন।
২) পইন্ট 20।
৩)এক ৰাউণ্ড(Knockout)
৫) ৰেফাৰি সিদ্বান্তই খেলৰ চুৰান্ত সিদ্ধান্ত
৬)নাম ভৰ্তিৰ অন্তিম সময় 24.08.2021 পৰা 27.08.2021 ৰাতি 9টা
*সভানেত্ৰী
শতাব্দী গৌড় ছাহু
*সম্পাদক*
ৰাজ দ্বীপ ভৌমিক
Contact: 9101575124
ক্ৰিয়া সম্পাদক
সঞ্জয় দাস
Contact: 8638530679
ক্ৰিয়া পৰিচালক
ৰাজু দত্ত
Contact :6000212251