24/09/2024
দৰং মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত ABVP Darrang College Unit,Tezpur বৃহৎ জয়লাভ। 🚩
সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদককে ধৰি মুঠ দহটা পদত জয়লাভ সাব্যস্ত কৰে।
সকলো প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে দৰং মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।🙏🏻
ABVP Sankardev Nagar Unit
ABVP Biswanath Town Unit-Biswanath District
Abvp Jugijan
ABVP Jorabat NAGAR
ABVP Assam
ABVP Delhi
Ram Das