Voice of Murajhar

Voice of Murajhar নিৰপেক্ষ সংবাদ পৰিৱেশন কৰা আমাৰ লক্ষ্য।
(3)

04/04/2026
02/04/2026

▶️আছাদুদ্দিন ওৱেছিৰ বিশাল নিৰ্বাচনী গণসমাবেশ ।

▶️ নাৰায়ে তকবীৰ ধ্বনিৰে উত্তাল হোজাইৰ নীলবাগান।

02/04/2026

বদৰুদ্দিন আজমলৰ হৈ নীলবাগানত আছাদ উদ্দিন ওৱাইছিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।

02/04/2026

নীলবাগান খেলপথাৰত আছাদ উদ্দিন ওৱাইছি।
বিন্নাকান্দিৰ এআইইউডিএফৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ।

বিন্নাকান্দিৰ নীলবাগানত এআইইউডিএফৰ বিশাল নিৰ্বাচনী সভা।
02/04/2026

বিন্নাকান্দিৰ নীলবাগানত এআইইউডিএফৰ বিশাল নিৰ্বাচনী সভা।

হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিক উষ্ম আদৰণি এআইইউডিএফৰ।গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰত এআইইউডিএফৰ প্ৰাক্তন বিধায়ক ...
01/04/2026

হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিক উষ্ম আদৰণি এআইইউডিএফৰ।
গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰত এআইইউডিএফৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰেহমান আজমলে আদৰণি জনায়।

01/04/2026

নিৰ্বাচনী প্ৰচাৰ সভাত যমুনামুখৰ প্ৰাক্তন বিধায়ক আব্দুৰহিম আজমল।

01/04/2026

জমিয়ত আৰু নদৱাতুত দামীৰ নাম সংগঠনে সংখ্যালঘুক ভাগ ভাগ কৰিছে৷

এইবোৰে মুছলমানক লৈ ৰাজনীতি কৰে৷৷

বিন্নাকান্দি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নজমুল আলম লস্কৰে এই মন্তব্য কৰি তেওঁৰ আজমলৰ লগত যুঁজ হব বুলি কয়

অসম জাতীয় পৰিষদ আৰু অগপৰ প্ৰাৰ্থী কোনো ফেক্টৰ নহয়

সমষ্টিত বহু কাম কৰা বুলি দাবী কৰে নজমুল আলমে৷

Address

Nagaon

Telephone

+919954911164

Website

Alerts

Be the first to know and let us send you an email when Voice of Murajhar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Voice of Murajhar:

Share